কীৰ্তন-ঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
| name = কীৰ্তন ঘোষা
| image = [[Image:Kirtan.jpg|250px]]
| image_caption = কীৰ্তন আৰু নামঘোষা
| author = [[শ্ৰীমন্ত শংকৰদেৱ]]
| country = [[অসম]], [[ভাৰত]]
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| subject = ধৰ্ম গ্ৰন্থ
| genre = বৈষ্ণব সাহিত্য
| publisher =
| pub_date =
21 নং শাৰী:
}}
 
'''কীৰ্তন-ঘোষা''' হৈছে আজিৰ পৰা প্ৰায় ৫০০ বছৰ পূৰ্বে মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ দ্বাৰা 'এক শৰণ নাম ধৰ্ম' প্ৰচাৰৰ অৰ্থে ৰচিত এখন কাব্য। [[ভাগৱত]]ৰ পিছতে কীৰ্তন ঘোষাক মহাপুৰুষজনাই ৰচনা কৰা শ্ৰেষ্ঠ পুথি হিচাপে গণ্য কৰা হয়<ref name=barman>{{Harvcol|Barman|1999|pp=118–119}}</ref>।
 
প্ৰতিকূল পৰিৱেশ আৰু ধৰ্ম প্ৰচাৰৰ অৰ্থে বিভিন্ন ঠাই ঘুৰি ফুৰিব লগা হোৱা বাবে তেওঁ অসংখ্য ঠাইত পুথি সমূহ ৰচনা কৰিছিল৷ কীৰ্তন-ঘোষাৰ অন্তৰ্গত বিভিন্ন খণ্ড সমূহো সেইদৰে ভিন ভিন ঠাইত ৰচনা কৰিছিল৷ শঙ্কৰদেৱৰ পৰলোকৰ পিছত তেওঁৰ প্ৰিয়তম শিষ্য [[শ্ৰীশ্ৰী মাধৱদেৱ]]এ তেওঁৰ ভাগিনিয়েক [[ৰামচৰণ ঠাকুৰ]]ক 'কীৰ্তন ঘোষা'ৰ বিভিন্ন অংশবিলাক সংগ্ৰহ কৰি সম্পাদনা কৰিবলৈ উপদেশ দিয়ে৷ সেই উপদেশ অনুসৰি ৰামচৰণ ঠাকুৰে কীৰ্তনৰ অন্তৰ্গত খণ্ডসমূহ সংগ্ৰহ কৰি ১৫৯৬ খৃঃত মাধৱদেৱৰ হাতত দিয়ে।