ৱিকিপিডিয়া:পৰিচয় ২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
কৰিশ্মা গগৈ (আলোচনা)-ই কৰা 314122 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
টেগ্‌: Replaced Undo
 
1 নং শাৰী:
{{Please don't change this page}}
মণিকুন্তলা ভট্টাচাৰ্য "বৰদোৱানী" উপন্যাস খনত প্ৰতিফলিত হোৱা অসমীয়া সমাজ জীৱনৰ চিত্ৰণ চমু আলোকপাত
----------------------------------
সাম্প্ৰতিক যুগৰ এগৰাকী বিশিষ্ট উপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্য ।
একবিংশ শতিকাৰ প্ৰথম দশকত প্ৰকাশিত মণিকুন্তলা ভট্টাচাৰ্য এখন উল্লেখযোগ্য উপন্যাস হল 'বৰদোৱানী ' উপন্যাস.উপন্যাস খনত মণিকুন্তলা ভট্টাচাৰ্য নিজৰ শৈশৱৰ স্মৃতি চাক্ষুস অভিজ্ঞতাৰে লিখিছে . উপন্যাস খনত ঔপন্যাসিক স্কুলীয়া দিনৰ ছুটী কটাবলৈ নগাঁও জিলাৰ ককাদেউতাকৰ ঘৰত যাওঁতে শৈশৱ স্মৃতিয়ে উপন্যাস কাহিনী ভাগ আগ বঢ়াইছে ঔপন্যাসিকা শৈশৱতে পৰিচয় হয় বৰদোৱানী জীৱনৰ লগত আৰু গ্ৰাম্য সমাজৰ ৰীতি নীতি লগত ।
বৰদোৱানী উপন্যাস খনত অসমীয়া গ্ৰাম্য সমাজৰ সুন্দৰ বৰ্ণনা উপন্যাস খনত প্ৰতিফলিত কৰিছে .
বৰদোৱানী উপন্যাস খন হৈছে গ্ৰাম্য সমাজৰ লগত জড়িত এখন নাৰী কেন্দ্ৰীক উপন্যাস ।
(১)অসমীয়া সমাজত নাৰী আধ্যাত্মিক সংস্কাৰ আৰু নাৰী গুৰুত্ব
--------------------------------
উপন্যাস খনত অসমীয়া সমাজত দেখা দিয়া নাৰী আধ্যাত্মিক সংস্কাৰ সমূহ স্পষ্ট ৰূপত দেখা দিছে. লগতে নাৰী সমাজত গুৰুত্ব কথা মন কৰিব লগীয়া ।
ন গৰাকী জীয়ৰী মাজত একমাত্র পুত্ৰ সন্তান পুণ্য ধন, পুণ্য ধন মাতৃয়ে বংশ অগ্ৰগতিৰ বাবে বৰদোৱানীক ৱোৱাৰী কৰি আনিছিল , বৰদোৱানী সন্তান জন্মৰ দিবৰ নোৱাৰা বাবে মাতৃয়ে দ্বিতীয় বিবাহৰ কাৰণে ৰেণুমাই বিবাহ কৰা সন্তান জন্মৰ দিব বাবে । সমাজত নাৰী কেৱল বংশ অগ্ৰগতি আৰু গৃহস্থলী যে মাজত যে অৱদ্ধা।বৰদোৱানী এজনী সত্ৰৰ জীয়ৰী তেখতৰ জ্ঞান বুদ্ধি সত্ৰৰ সংস্কাৰ বৰদোৱানীৰ আধ্যাত্মিকতা ভাৱ- যুত্তি সন্মাত বিবেক উদাৰতা ,মাতৃত্ব মমতা ময়ীতা তেওঁ সত ব্যক্তি গৰাকী কৰি তুলিছে যিয়ে নিজৰ স্বামী দ্বিতীয় বিবাহৰ কাৰণে মানতি কৰাছে নিজৰ সকলো দুখ কষ্ট ত্যাগ কৰি নিজৰ স্বামী ভগা লৈছে ।
 
(২) অসমীয়া সমাজত লোকবিশ্বাস
-------------------------------------
 
উপন্যাস খনত আমি দেখি বলৈ পাওঁ যে অসমীয়া সমাজৰ প্ৰচলিত কিছুমান অন্ধবিশ্বাস ,
বিবাহৰ প্ৰায় ছয় বছৰ পাছতো বৰদোৱানী সন্তানহীন হোৱা বাবে শাহুয়কে বহুতো তবিজ মাদলী ৰছী পিন্ধা দিছিল যিটো আজি বহুত গ্ৰাম্য সমাজত আমি আজিও দেখিবলৈ পোৱা যায়।
মুৰ- ঘূৰণীৰ হলে তেলজৰা । আদি নানা লোকাচাৰ বা লোকবিশ্বাস আদিৰে উপন্যাস খনৰ সৌষ্টৱ বৃদ্ধি
কৰিছিল।
 
(৩)অসমীয়া সামাজিক ৰীতি নীতি
--------------------------
উপন্যাস আমি দেখিবলৈ পাওঁ গ্ৰাম্য সমাজৰ সহজ সৰল কিছুমান ৰীতি নীতি গাঁৱৰ মহিলা সকলে মাহেকীয়া হলে মানি চলা ৰীতি নীতি ৰাতিপুৱা গা পা ধোৱা ।
মৃতকৰ শৰাধ, গৰ্ভৱতী মহিলাক পঞ্চামৃত খুওৱা
বিবাহৰ পাছৰ খুবাখুবনি আদি ৰীতি নীতি অসমীয়া সমাজৰ লগত আজিও জড়িত।
এই দিশ কেইটা উপৰিও উপন্যাস উল্লিখিত গৰুড় ,পখী , শান্তিজান ,আকাশী গংগাৰ, ভাওনা বৰদোৱালৈ আগবঢ়োৱা গামোচা ৰূপৰ ফুল দৌল উৎসৱ আদি বোৰে অসমীয়া সত্ৰ সংস্কৃতিৰ আভাস দিছে । লগতে অসমীয়া সমাজৰ তাঁত - শালৰ বিষয়ে বৰ্ণনা আছে । কিদৰে এৰীসূতা তৈয়াৰ কৰা হয় সেই বিষয়ে সুন্দৰ বৰ্ণনা আছে।
 
মণিকুন্তলা ভট্টাচাৰ্য " বৰদোৱানী " উপন্যাস খনত অসমীয়া সমাজ নিভাঁজ গ্ৰাম্য চিত্ৰ প্ৰতিফলিত হৈছে।।
-----------------------------------------------------------------------
 
কৰিশ্মা গগৈ
অসমীয়া বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ