বাপ্পী লাহিড়ী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
26 নং শাৰী:
}}
 
'''আলোকেশ লাহিড়ী''' ({{lang-en|Alokesh Lahiri}}) (জন্ম ২৭ নৱেম্বৰ ১৯৫২ - ১৬ ফেব্ৰুৱাৰী ২০২২)<ref>{{Cite web |date=16 February 2022 |title=Veteran singer-composer Bappi Lahiri dies in Mumbai at 69 |url=https://www.hindustantimes.com/entertainment/music/veteran-singer-composer-bappi-lahiri-dies-in-mumbai-at-69-101644977715624.html |access-date=16 February 2022 |website=Hindustan Times |language=en}}</ref> এজন ভাৰতীয় গায়ক, সুৰকাৰ, ৰাজনীতিবিদ আৰু ৰেকৰ্ড প্ৰযোজক আছিল। <ref>{{Cite web|title=Bappi Lahiri, Composer-Singer, Dies In Mumbai Hospital At 69|url=https://www.ndtv.com/india-news/bappi-lahiri-music-composer-singer-dies-in-mumbai-hospital-at-69-news-agency-pti-2770846|access-date=2022-02-16|website=NDTV.com}}</ref> তেওঁ '''বাপ্পী লাহিড়ী''' নামেৰে জনাজাত। তেওঁ ভাৰতীয় চলচ্চিত্ৰত সমন্বিত ডিস্কো সংগীতক জনপ্ৰিয় কৰি তুলিছিল আৰু নিজৰ কিছুসংখ্যক সৃষ্টিত কণ্ঠদান কৰিছিল। তেওঁ বাংলা ভাষাত অমৰসঙ্গী, আশা ও ভালোবাসা, আমাৰ তুমি, অমৰ প্ৰেম, মন্দিৰা, বদনাম, ৰক্তেলেখা, প্ৰিয়া আদিৰ দৰে বক্স অফিচত সফলতা পোৱা চলচ্চিত্ৰৰ সংগীত নিৰ্মাণ কৰিছিল। ১৯৮০ আৰু ১৯৯০ ৰ দশকত তেওঁ ''ৱাৰদাত'', ''ডিস্কো ডান্সাৰ'', ''নমক হালাল'', ''শৰাবী'', ''নয়া কদম'', ''মাষ্টাৰজী'', ''বেৱাফাই'', ''মকছদ'', ''ছুৰাগ'', ''ইনচাফ ম্যে কৰুঙ্গা'', ''ডান্স ডান্স'', ''কমাণ্ডো'', ''চাহেব'', ''গেং লীডাৰ'', ''ছাইলাব''ৰ দৰে চলচ্চিত্ৰৰ চাউণ্ডট্ৰেকৰ বাবে জনপ্ৰিয় আছিল। লাহিড়ীয়ে ২০১৪ চনত বিজেপিত যোগদান কৰে। তেওঁক ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ বাবে পশ্চিম বংগৰ শ্ৰীৰামপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিপ্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছিল। এই নিৰ্বাচনত তেওঁ‌ পৰাজিত হয়।<ref>{{cite web|url=http://indianexpress.com/article/india/india-others/top-30-losers-in-lok-sabha-polls/ |title=Lok Sabha Results: Top 30 Losers |work=The Indian Express |date=10 May 2010 |access-date=17 December 2015}}</ref> ২০২২ চনৰ ১৬ ফেব্ৰুৱাৰীত ৬৯ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে।<ref>{{cite web|url=https://www.businesstoday.in/trending/entertainment/story/bappi-lahiri-passes-away-at-69-in-mumbai-hospital-322733-2022-02-16|title=Bappi Lahiri passes away at 69 in Mumbai Hospital|website=BussinessToday.in|date=2022-02-16|access-date=2022-02-16}}</ref>
 
==তথ্যসূত্ৰ==