সাহিত্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
-chanakyakdas (আলোচনা | বৰঙণি) 2409:4065:D92:202D:A5B2:CBF8:4CFD:9115 (আলোচনা)-ই কৰা 314977 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে |
||
1 নং শাৰী:
{{সাহিত্য}}{{stub literature}}
লিখন-শিল্পক এক কথাত '''সাহিত্য''' ({{lang-en|literature}}) বোলা হয়। [[গদ্য]], [[পদ্য]] আৰু [[নাটক]] - এই তিনি ধাৰাত প্ৰাথমিকভাৱে সাহিত্যক ভাগ কৰা হৈছে। গদ্যৰ কিছুমান ভাগ হৈছে [[প্ৰবন্ধ]], [[নিবন্ধ]], [[গল্প]] ইত্যাদি। [[সমাজ]] জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে '''সাহিত্য'''।
‘সম’ আৰু ‘হিত’ – এই দুয়োটা শব্দৰ পৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে। সাহিত্যৰ লগত ভাষাৰ সম্পৰ্ক ওতঃপ্ৰত, দুয়ো দুয়োৰে পৰিপুৰক। সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ। সমাজত বৰ্তি থকা আবেগ-অনুভূতি, বিদ্ৰোহ-আকাংক্ষা, মৰম-অত্যাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্ৰতিফলিত কৰা হয়। সামাজিক জনজীৱনৰ প্ৰতিটো দশকে ভাষাৰ সহায়ত সাহিত্যৰ যোগেদি প্ৰকাশ কৰিব পাৰি। সাহিত্য অবিহনে এটা [[ভাষা]] বা জাতি জীয়াই থাকিব নোৱাৰে। সাহিত্য চৰ্চাই ভাষা বা জাতিক উন্নতিৰ পথত আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰে।
==লগতে চাওক==
*[[অসমীয়া সাহিত্য]]
* [[তৰুণ চন্দ্ৰ পামেগাম]]
==তথ্য সংগ্ৰহ==
Line 20 ⟶ 17:
* [http://gutenberg.net প্ৰজেক্ট গুটেনবাৰ্গৰ অনলাইন পাঠগাৰ]
* [http://arts.bdnews24.com আৰ্টচ, বিডিনিউজ টুৱেণ্টি ফৰ ডটকম]
[[শ্ৰেণী: সংস্কৃতি]]
|