ফাগুন হাৱাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Babulbaishya (আলোচনা | বৰঙণি) No edit summary |
Babulbaishya (আলোচনা | বৰঙণি) অNo edit summary |
||
25 নং শাৰী:
}}
'''ফাগুন হাৱাই''' ({{lang-en|Fagun Haway|In Spring breeze}} ২০১৯ চনত মুক্তিপ্ৰাপ্ত, তৌকীৰ আহমেদ পৰিচালিত এখন ইতিহাসধৰ্মী [[বাংলাদেশ|বাংলাদেশী]] চলচ্চিত্ৰ। ছবিখন টিটো ৰহমানে ৰচনা কৰা [[বঙালী ভাষা আন্দোলন]]ৰ পটভূমিত লিখা ''বৌ কথা কও'' নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত।.<ref name="dt17Feb2019" /><ref>{{cite news |title=Fagun Haway : An Astounding Amalgamation Of Love And/For Language |url=https://www.daily-sun.com/printversion/details/374403/2019/03/01/Fagun-Haway-:-An-Astounding-Amalgamation-Of-Love-And/For-Language |work=Daily Sun}}</ref> ইম্প্ৰেছ টেলিফিল্ম লিমিটেডৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে ফৰিদুৰ ৰেজা সাগৰে আৰু পৰিবেশনা কৰিছে অভি কথাচিত্ৰই। শ্ৰেষ্ঠাংশত আছে [[:en:Yashpal Sharma (actor)|যশপাল শৰ্মা]], নুছৰত ইমৰোজ তিশা, ছিয়াম আহমেদ, আবুল হায়াত, ছাহিদুল আলম সাচ্চু আৰু ফজলুৰ ৰহমান বাবু।
এইখন তৌকিৰ আহমেদ পৰিচালিত ষষ্ঠখন ছবি, যি একেলগে ২০১৯-ৰ ফেব্ৰুৱাৰীত দেশখনৰ একেলগে ৫২টা চিত্ৰগৃহত মুক্তি পাইছিল।
==বাহ্যিক সংযোগ==
* [https://www.youtube.com/watch?v=NmXPAeaRzmc| ইউটিউৱত ফাগুন হাৱাই]
|