ফাগুন হাৱাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
24 নং শাৰী:
| language = [[বঙালী ভাষা|বঙালী]]
}}
'''ফাগুন হাৱাই''' ({{lang-en|Fagun Haway|/In Spring breeze}}) ২০১৯ চনত মুক্তিপ্ৰাপ্ত, তৌকীৰ আহমেদ পৰিচালিত এখন ইতিহাসধৰ্মী [[বাংলাদেশ|বাংলাদেশী]] চলচ্চিত্ৰ। ছবিখন টিটো ৰহমানে ৰচনা কৰা [[বঙালী ভাষা আন্দোলন]]ৰ পটভূমিত লিখা ''বৌ কথা কও'' নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত।.<ref name="dt17Feb2019" /><ref>{{cite news |title=Fagun Haway : An Astounding Amalgamation Of Love And/For Language |url=https://www.daily-sun.com/printversion/details/374403/2019/03/01/Fagun-Haway-:-An-Astounding-Amalgamation-Of-Love-And/For-Language |work=Daily Sun}}</ref> ইম্প্ৰেছ টেলিফিল্ম লিমিটেডৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে ফৰিদুৰ ৰেজা সাগৰে আৰু পৰিবেশনা কৰিছে অভি কথাচিত্ৰই। শ্ৰেষ্ঠাংশত আছে [[:en:Yashpal Sharma (actor)|যশপাল শৰ্মা]], নুছৰত ইমৰোজ তিশা, ছিয়াম আহমেদ, আবুল হায়াত, ছাহিদুল আলম সাচ্চু আৰু ফজলুৰ ৰহমান বাবু।
এইখন তৌকিৰ আহমেদ পৰিচালিত ষষ্ঠখন ছবি, যি ২০১৯-ৰ ফেব্ৰুৱাৰীত দেশখনৰ একেলগে ৫২টা চিত্ৰগৃহত মুক্তি পাইছিল।<ref name="dt17Feb2019">{{cite news |title='Fagun Haway' draws huge crowds |url=https://www.dhakatribune.com/showtime/2019/02/17/fagun-haway-draws-huge-crowds |work=Dhaka Tribune |date=2019-02-17}}</ref><ref>{{Cite news |url=https://www.daily-sun.com/post/370548|title=Tauquir's 'Fagun Haway' releasing on Feb 15|work=Daily Sun|access-date=2019-06-11}}</ref><ref>{{Cite news |url=https://www.dhakatribune.com/showtime/2019/01/30/fagun-haway-trailer-raises-the-bar-for-tauquir|title='Fagun Haway' trailer raises the bar for Tauquir|work=Dhaka Tribune|date=2019-01-30|access-date=2019-06-11}}</ref>
==বাহ্যিক সংযোগ==