ফাগুন হাৱাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
24 নং শাৰী:
| language = [[বঙালী ভাষা|বঙালী]]
}}
'''ফাগুন হাৱাই''' ({{lang-en|Fagun Haway/In Spring breeze}}) ২০১৯ চনত মুক্তিপ্ৰাপ্ত, তৌকীৰ আহমেদ পৰিচালিত এখন ইতিহাসধৰ্মী [[বাংলাদেশ|বাংলাদেশী]] চলচ্চিত্ৰ। ছবিখন টিটো ৰহমানে ৰচনা কৰা [[বঙালী ভাষা আন্দোলন]]ৰ পটভূমিত লিখা ''বৌ কথা কও'' নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত। .<ref name="dt17Feb2019" /><ref>{{cite news |title=Fagun Haway : An Astounding Amalgamation Of Love And/For Language |url=https://www.daily-sun.com/printversion/details/374403/2019/03/01/Fagun-Haway-:-An-Astounding-Amalgamation-Of-Love-And/For-Language |work=Daily Sun}}</ref> ইম্প্ৰেছ টেলিফিল্ম লিমিটেডৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে ফৰিদুৰ ৰেজা সাগৰে আৰু পৰিবেশনা কৰিছে অভি কথাচিত্ৰই। শ্ৰেষ্ঠাংশত আছে [[:en:Yashpal Sharma (actor)|যশপাল শৰ্মা]], নুছৰত ইমৰোজ তিশা, ছিয়াম আহমেদ, আবুল হায়াত, ছাহিদুল আলম সাচ্চু আৰু ফজলুৰ ৰহমান বাবু।
এইখন তৌকিৰ আহমেদ পৰিচালিত ষষ্ঠখন ছবি, যি ২০১৯-ৰ ফেব্ৰুৱাৰীত দেশখনৰ একেলগে ৫২টা চিত্ৰগৃহত মুক্তি পাইছিল।<ref name="dt17Feb2019">{{cite news |title='Fagun Haway' draws huge crowds |url=https://www.dhakatribune.com/showtime/2019/02/17/fagun-haway-draws-huge-crowds |work=Dhaka Tribune |date=2019-02-17}}</ref><ref>{{Cite news |url=https://www.daily-sun.com/post/370548|title=Tauquir's 'Fagun Haway' releasing on Feb 15|work=Daily Sun|access-date=2019-06-11}}</ref><ref>{{Cite news |url=https://www.dhakatribune.com/showtime/2019/01/30/fagun-haway-trailer-raises-the-bar-for-tauquir|title='Fagun Haway' trailer raises the bar for Tauquir|work=Dhaka Tribune|date=2019-01-30|access-date=2019-06-11}}</ref>
 
বাংলাদেশ ফেডাৰেচন অফ ফিল্ম চ'চাইটিজে (BFFS) ৯২ তম একাডেমী বঁটাৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় কাহিনী চলচ্চিত্ৰ শিতানৰ বাবে এই ছবিখন মনোনীত কৰে।<ref>{{Cite news |url=https://www.thedailystar.net/arts-entertainment/news/bangladeshi-films-be-sent-years-oscars-1803223|title=Bangladeshi films to be sent to this year's Oscars|work=The Daily Star|date=2019-09-22|access-date=2019-09-22}}</ref> ফৰিদুৰ ৰেজা সাগৰৰ ''ফাগুন হাৱাই'' আৰু ষ্টাৰ চিনেপ্লেক্সৰ ''ন ডৰাই'' শীৰ্ষক ছবি দুখনে যুটীয়াভাৱে ২০১৯ ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।<ref name=":0">{{Cite web|title=‘জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ ২০১৯’ জয়ী যাৰা|url=https://www.banglanews24.com/entertainment/news/bd/827222.details|access-date=2020-12-03|website=banglanews24.com|language=bn}}</ref>
 
==বাহ্যিক সংযোগ==
* [https://www.youtube.com/watch?v=NmXPAeaRzmc| ইউটিউৱত ফাগুন হাৱাই]