পাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Fixed the bogus file option lint error
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
3 নং শাৰী:
[[File:3D rendering of a micro CT scan of a piece of dried leaf..ogv|thumb|300px|3D rendering of a [[computed tomography|µCT]] scan of a leaf piece, resolution circa 40 µm/[[voxel]].]]
 
'''পাত''' ({{lang-en|'''Leaf'''}}) [[ উদ্ভিদ]]ৰউদ্ভিদৰ অংগজ অংগ৷ কাণ্ডৰ গাঁঠিৰ পৰা এইবিলাক বহিৰ্জনিষ্ণুভাৱে উৎপন্ন হয়৷ এইবিলাক দেখাত [[সেউজীয়া ]] আৰু চেপেটা হয়৷ কাণ্ড বা শাখা-প্ৰশাখাৰ গাঁঠিৰ পৰা বহিৰ্জনিষ্ণুভাৱে উৎপন্ন হোৱা বহল, চেপেটা, পাৰ্শ্বীয় অংগজ অংগটোক পাত বোলে৷ সাধাৰণতে পাত কাণ্ড বা শাখা-প্ৰশাখাৰ ওপৰত অগ্ৰোমুখভাৱে (acropetally) সজ্জিত হৈ থাকে আৰু এইবিলাকৰ কক্ষত এক বা একাধিক মুকুল থাকে৷ [[সেউজীয়া]] হোৱাত এইবিলাকে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰিব পাৰে৷ [[সালোকসংশ্লেষণ]]ৰ বাহিৰেও আৰু প্ৰস্বেদন বিভিন্ন গেছীয় পদাৰ্থৰ আদান-প্ৰদান পাতৰ মাধ্যমত হয়৷<ref name=" গ্ৰন্থ ১"> উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ৪৩৬ ৷</ref>৷
 
==পাতৰ বৈশিষ্ট্য==
"https://as.wikipedia.org/wiki/পাত"ৰ পৰা অনা হৈছে