অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
84 নং শাৰী:
মৃদঙ্গ সত্ৰীয়া নৃত্যত ব্যৱহাৰ হয়। মৃদঙ্গক দুভাগ কৰি দুগি আৰু দাইনা কৰা হৈছে।<ref>সম্ভাৰ,অসমীয়া প্ৰতিদিন,২৭ ছেপ্টেম্বৰ,২০১৫,লেখক-কৃষ্ণ ডেকা</ref>
 
==দোতোৰা==অসমীয়া লোক বাদ্য
সমূহৰ ভিতৰত এবিধ প্ৰাচীন লোকবাদ্য হ'ল দোতোৰা। দোতোৰা এবিধ তঁত লোকবাদ্য।দোতোৰা এটুকুৰা দীঘল কাঠৰ এমুৰে অৰ্ধ গোলাকাৰ কৰি তাৰ ওপৰত গুই বা আন তেনে কিছু মোটা ছাল লগোৱা হয়।তাৰ ওপৰত তিনিডালমান তাঁৰ সংযোগ কৰি স্কেল মিলাই শব্দৰ সৃষ্টি কৰা হয়।চন্দন কাঠৰ দোতোৰা ভাল হয় বুলি এটা বিশ্বাস আছে।বিভিন্ন লোকগীত যেনে-কামৰূপী,গোৱালপৰীয়া লোকগীত পৰিবেশ কৰাৰ সময়ত দোতোৰা বজোৱা হয়।দোতোৰা বজোৱাৰ সময়ত দুয়োখন হাত ব্যৱহাৰ কৰা হয়।
{{Empty section}}
 
==দগৰ==