ৱিকিপিডিয়া:সততে উদিত প্ৰশ্নসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অনুবাদ
4 নং শাৰী:
 
== ৱিকিপিডিয়া কি? ==
ৱিকিপিডিয়া এখন ইন্টাৰনেট বিশ্বকোষ। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লিখকে পৰস্পৰপাৰস্পৰিক সহযোগীতাৰসহযোগিতাৰ জৰিয়তে ইয়াক সংকলিত কৰি উলিয়াইছে। প্রায় ৩৪৩৭ লক্ষ্যাধিক প্রবন্ধৰে ইংৰাজী ৱিকিপিডিয়াখনেই বিভিন্ন ভাষাৰ ভিতৰত সৰ্ববৃহৎ ৱিকিপিডিয়া। ২০ টা ভাৰতীয় ভাষাকে ধৰি এতিয়ালৈকে পৃথিৱীৰ প্রায় ২৭৫২৮২ টা ভাষাত (জুলাই,২০১১ৰ তথ্য অনুসৰি)ৱিকিপিডিয়া প্রকাশিত হৈছে। ৱিকিপিডিয়াৰ প্রায় প্রত্যেক প্রবন্ধই একাধিক লেখকৰ "[[সহযোগীতামূলকসহযোগিতামূলক সংকলন]]"।
 
ৱিকিপিডিয়া এখন ইন্টাৰনেট বিশ্বকোষ। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লিখকে পৰস্পৰ সহযোগীতাৰ জৰিয়তে ইয়াক সংকলিত কৰি উলিয়াইছে। প্রায় ৩৪ লক্ষ্যাধিক প্রবন্ধৰে ইংৰাজী ৱিকিপিডিয়াখনেই বিভিন্ন ভাষাৰ ভিতৰত সৰ্ববৃহৎ ৱিকিপিডিয়া। ২০ টা ভাৰতীয় ভাষাকে ধৰি এতিয়ালৈকে পৃথিৱীৰ প্রায় ২৭৫ টা ভাষাত ৱিকিপিডিয়া প্রকাশিত হৈছে। ৱিকিপিডিয়াৰ প্রায় প্রত্যেক প্রবন্ধই একাধিক লেখকৰ "[[সহযোগীতামূলক সংকলন]]"।
 
<!--
Line 24 ⟶ 23:
 
== ৱিকি মানে কি? ==
সাধাৰণতে যিকোনো ৱেবচাইটত লিখিবলৈ আমাক কাৰীকৰিকাৰিকৰী জ্ঞান আৰু ইয়াৰ মালিকৰ অনুমতিৰ প্রয়োজন হয়। ৱিকি চফ্‌টৱেৰৰ সহায়ত আমি এনে বাধ্যবাধকতা আৰু কাৰিকৰী জ্ঞান নোহোৱাকৈ মুক্তভাৱে লিখিব, সলনি কৰিব বা মচিব পাৰোঁ। সেয়ে, বহুতো মানুহে ইজনে সিজনৰ লগত তাল-মিল ৰাখি সহজে ৱিকিত "[[সহযোগীতামূলকসহযোগিতামূলক সম্পাদনা]]" কৰি ৱেবচাইটৰ সমল (content) লিখি উলিয়াব পাৰে।
 
সাধাৰণতে যিকোনো ৱেবচাইটত লিখিবলৈ আমাক কাৰীকৰি জ্ঞান আৰু ইয়াৰ মালিকৰ অনুমতিৰ প্রয়োজন হয়। ৱিকি চফ্‌টৱেৰৰ সহায়ত আমি এনে বাধ্যবাধকতা আৰু কাৰিকৰী জ্ঞান নোহোৱাকৈ মুক্তভাৱে লিখিব, সলনি কৰিব বা মচিব পাৰোঁ। সেয়ে, বহুতো মানুহে ইজনে সিজনৰ লগত তাল-মিল ৰাখি সহজে ৱিকিত "[[সহযোগীতামূলক সম্পাদনা]]" কৰি ৱেবচাইটৰ সমল (content) লিখি উলিয়াব পাৰে।
 
<!--
Line 40 ⟶ 38:
 
== ৱিকি আৰু ৱিকিপিডিয়া একে নেকি? ==
নহয়। ৱিকি হৈছে "সহযোগীতামূলকসহযোগিতামূলক সম্পাদনা" কৰি লিখিব পৰাৰ ব্যৱস্থা থকা ৱেবচাইট চফ্‌টৱেৰ। "ৱিকিপিডিয়া"ই নিজৰ ৱেবচাইটৰ কাৰণে "মেডিয়াৱিকিমিডিয়াৱিকি" নামৰ ৱিকি চফ্‌টৱেৰ ব্যৱহাৰ কৰে। এনে বিভিন্ন ৱিকি চফ্‌টৱেৰ ব্যৱহাৰ কৰা অগণন ৱিকি ৱেবচাইটৰ ভিতৰত ৱিকিপিডিয়াই সকলোতকৈ জনপ্রিয় আৰু তথ্যসম্বৃদ্ধ ৱেবচাইট।
 
নহয়। ৱিকি হৈছে "সহযোগীতামূলক সম্পাদনা" কৰি লিখিব পৰাৰ ব্যৱস্থা থকা ৱেবচাইট চফ্‌টৱেৰ। "ৱিকিপিডিয়া"ই নিজৰ ৱেবচাইটৰ কাৰণে "মেডিয়াৱিকি" নামৰ ৱিকি চফ্‌টৱেৰ ব্যৱহাৰ কৰে। এনে বিভিন্ন ৱিকি চফ্‌টৱেৰ ব্যৱহাৰ কৰা অগণন ৱিকি ৱেবচাইটৰ ভিতৰত ৱিকিপিডিয়াই সকলোতকৈ জনপ্রিয় আৰু তথ্যসম্বৃদ্ধ ৱেবচাইট।
 
 
Line 49 ⟶ 46:
 
== ৱিকিপিডিয়াৰ বুৰঞ্জী ==
সকলোৱে লিখিব পৰা বিশ্বকোষৰ ধাৰণাটো প্রথমে আগবঢ়াইছিল ৰিক গেট্‌চ-এ। কিন্তু ই আঁচনি স্তৰতকৈ বেছি আগ নাবাঢ়িল। অন্য এটা উদাহৰণ হৈছে নিউপিডিয়া। [[জিমী ৱেল্‌চ]] আৰু [[লেৰী ছেংগাৰ]]-এ ইয়াক আৰম্ভ কৰিছিল। প্রবন্ধসমূহৰ গুণগত মানত অত্যন্ত গুৰুত্ব আৰোপ কৰা হৈছিল বাবে ইয়াৰ কাম লাহে -লাহেহে আগবাঢ়ি্ছিল। গতিকে কামৰ বেগ বঢ়োৱাৰ উদ্দেশ্যে জিমী আৰু চেংগাৰে সকলোৱে লিখিব বা সম্পাদনা কৰিব পৰাকৈ ৱিকিপিডিয়া বিশ্বকোষ প্রকল্প আৰম্ভ কৰিলে। অচিৰেই ৱিকিপিডিয়াৰ বেগে তথ্যসংগ্রহ আৰু জনপ্রীয়তাতজনপ্ৰিয়তাত নিউপিডিয়াক চেৰ পেলাই গ'ল। আজি ৱিকিপিডিয়াক আনকি "বিশ্বকোষ" শব্দৰ সমাৰ্থক শব্দ ইচাবে ব্যৱহাৰ কৰা হয়।
 
সকলোৱে লিখিব পৰা বিশ্বকোষৰ ধাৰণাটো প্রথমে আগবঢ়াইছিল ৰিক গেট্‌চ-এ। কিন্তু ই আঁচনি স্তৰতকৈ বেছি আগ নাবাঢ়িল। অন্য এটা উদাহৰণ হৈছে নিউপিডিয়া। জিমী ৱেল্‌চ আৰু লেৰী ছেংগাৰ-এ ইয়াক আৰম্ভ কৰিছিল। প্রবন্ধসমূহৰ গুণগত মানত অত্যন্ত গুৰুত্ব আৰোপ কৰা হৈছিল বাবে ইয়াৰ কাম লাহে লাহেহে আগবাঢ়ি্ছিল। গতিকে কামৰ বেগ বঢ়োৱাৰ উদ্দেশ্যে জিমী আৰু চেংগাৰে সকলোৱে লিখিব বা সম্পাদনা কৰিব পৰাকৈ ৱিকিপিডিয়া বিশ্বকোষ প্রকল্প আৰম্ভ কৰিলে। অচিৰেই ৱিকিপিডিয়াৰ বেগে তথ্যসংগ্রহ আৰু জনপ্রীয়তাত নিউপিডিয়াক চেৰ পেলাই গ'ল। আজি ৱিকিপিডিয়াক আনকি "বিশ্বকোষ" শব্দৰ সমাৰ্থক শব্দ ইচাবে ব্যৱহাৰ কৰা হয়।
 
বৰ্তমান '''ৱিকিমিডিয়া ফাইণ্ডেশ্যন''' সংস্থানে ৱিকিপিডিয়া পৰিচালনা কৰে। (http://wikimediafoundation.com)
Line 63 ⟶ 59:
 
== ভাৰত চৰকাৰ বা অসম চৰকাৰে এই প্রকল্পক মান্যতা দিছে নেকি? ==
ৱিকিপিডিয়া অব্যৱসায়ীক প্রতিস্থান ৱিকিমেডিয়াৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত। ফাউণ্ডেশ্যন কোনো চৰকাৰ বা চৰকাৰী পৃষ্ঠপোষকতাপ্রাপ্ত নহয়। ইয়াক চলাবলৈ প্রয়োজনীয় অৰ্থ দান-বৰঙণীৰবৰঙণিৰ পৰা পোৱা যায়। অৱশ্যে ৱিকিপিডিয়াৰ উপযোগীতালৈউপযোগিতালৈ লক্ষ্য ৰাখি কিচুমান চৰকাৰী আৰু ৰাজহুৱাখণ্ডৰ প্রতিস্থানে ইয়ালৈ দান -বৰঙণি আগবঢ়াইছে।
 
ৱিকিপিডিয়া অব্যৱসায়ীক প্রতিস্থান ৱিকিমেডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত। ফাউণ্ডেশ্যন কোনো চৰকাৰ বা চৰকাৰী পৃষ্ঠপোষকতাপ্রাপ্ত নহয়। ইয়াক চলাবলৈ প্রয়োজনীয় অৰ্থ দান-বৰঙণীৰ পৰা পোৱা যায়। অৱশ্যে ৱিকিপিডিয়াৰ উপযোগীতালৈ লক্ষ্য ৰাখি কিচুমান চৰকাৰী আৰু ৰাজহুৱাখণ্ডৰ প্রতিস্থানে ইয়ালৈ দান বৰঙণি আগবঢ়াইছে।
 
<!--
Line 70 ⟶ 65:
-->
 
== মই লিখিব খোজা বিষয়টোৰ ওপৰত মোৰ সবিশেষ জ্ঞান থকাটো প্ৰয়োজনীয় নেকি? ==
== Should I need to have enough knowledge about the topic of the article that I am going to write? ==
এইটো ৱিকিপিডিয়া সম্পৰ্কে মানুহৰ এটা ভুল ধাৰণা আৰু তালৈ অৱদান আগবঢ়োৱাৰ বাবে দ্বিধাবোধ কৰাৰ এক প্ৰধান কাৰণ। ৱিকিপিডিয়াত লিখিবলৈ আপুনি কোনো বিষয়েৰে বিশেষজ্ঞ হোৱাৰ প্ৰয়োজন নাই। প্ৰকৃততে কোনো ৱিকিপিডিয়া প্ৰবন্ধই মাত্ৰ এজন অৱদানকাৰীৰ ফচল নহয়। প্ৰতিটো প্ৰবন্ধৰ আঁৰত বিভিন্ন ঠাইৰ বিভিন্ন অৰ্হতা থকা অৱদানকাৰীৰ হাত আছে।
 
This is a misconception among people and is the major reason why people hesitate to contribute to Wikipedia. The fact is that you need not be an expert in any field to start writing in Wikipedia. In fact, no Wikipedia article is the result of contributions from a single author. Every article is the result of contributions of authors from various countries and various backgrounds.
 
উদাহৰণস্বৰূপে ধৰা হওক যে শিৱসাগৰৰ এজন পঢ়াশলীয়া ছাত্ৰই কম্পিউটাৰৰ ওপৰত লিখিব খুজিছে। তেওঁৰ সীমিত জ্ঞানেৰে কম্পিউটাৰ কি বস্তু তাৰ ওপৰত কেৱল এটা অনুচ্ছেদহে লিখিব পাৰিলে। কিছুদিন পিছত গুৱাহাটীৰ এজন কাৰিকৰী বিদ্যাৰ ছাত্ৰই প্ৰবন্ধটো দেখি তাত আৰু কথা যোগ দিলে। তাৰ কিছুদিন পিছত বাংগালোৰত চাকৰি কৰি থকা অসমীয়া তথ্য-প্ৰযুক্তিবিদ এজনে প্ৰবন্ধটোত কাৰিকৰী খুঁতি-নাটিৰ লগতে কেইখনমান চিত্ৰ যোগ কৰিলে। এনেকৈ বিভিন্নজনৰ অৱদানেৰে লাহে লাহে প্ৰবন্ধটো ৱিকিপিডিয়াৰ এটা উত্‍কৃষ্ট প্ৰবন্ধলৈ ৰূপান্তৰিত হ'ল। ৱিকিপিডিয়াৰ প্ৰত্যেক প্ৰবন্ধৰ আঁৰত একেধৰণৰ প্ৰক্ৰিয়া লুকাই আছে। আপুনিও ইয়াৰ সহযোগী হ'ব পাৰে। আপুনি নতুন প্ৰবন্ধ যোগ দিব পাৰে বা আগতে থকা প্ৰবন্ধ উন্নত কৰিব পাৰে।
Let's take an example. Imagine that a school student from Thiruvananthapuram wants to start and article about Electric bulb. With the limited knowledge that he has, he will write only a small paragraph about what an electric bulb is. After a few days, an engineering student from Chennai sees this article and adds more details to it. After a while, an IT professional from US adds a few pictures to this article and adds information on the working principles and history. So the article slowly grows to become a good article in Wikipedia with the efforts from multiple people. The same process happens behind every article in Wikipedia. You can also be a part of it. There is a lot for you to do in Wikipedia by adding new articles as well as enriching the existing ones.
 
== ৱিকিপিডিয়াত কি লিখিব লাগে বা নালাগে তাৰ কোনো নিৰ্দেশনা আছে নেকি?==
== Is there any guidelines on what to write and what not to write in Wikipedia?==
 
আপুনি ৱিকিপিডিয়াত যিকোনো বিষয়ৰ ওপৰত প্ৰবন্ধ লিখিব পাৰে, মাত্ৰ ই বিশ্বকোষত অন্তৰ্ভুক্ত হোৱাৰ উপযুক্ত হ'ব লাগিব। ৱিকিপিডিয়াত সন্নিবিষ্ট হ'ব পৰা বিষয় আৰু তাৰ লিখাৰ ধৰণৰ ওপৰত কেতবোৰ নীতি-নিৰ্দেশনা আছে।
You can write articles about any topic in Wikipedia. But the only condition is that the content of the article should be of encyclopedic in nature. Wikipedia has certain guidelines and polices to make sure that articles created are encyclopedic in nature.
 
== ৱিকিপিডিয়াত মই সৃষ্টি কৰা প্ৰবন্ধটো অনেকে সম্পাদনা কৰিলে। কিয় এনে হ'ল?==
== A lot of people edited the article that I created in Wikipedia. Why is that so?==
 
ৱিকিপিডিয়াৰ থকা প্ৰবন্ধৰ ওপৰত কোনো এজন মানুহৰে অধিকাৰিতা নাই। ই এক সহযোগিতামূলক প্ৰচেষ্টা আৰু কোনোৱেই প্ৰবন্ধৰ অংশবিশেষ বা গোটেইটোৰ ওপৰত হস্তক্ষেপ কৰিব নালাগে। প্ৰবন্ধ সংশোধন, যোগ বা বিলোপ কৰা হ'ব পাৰে। যদি কোনো সদস্যই কৰা সালসলনি ৱিকিপিডিয়াৰ বাবে গ্ৰহণযোগ্য নহয় বা তাৰ উত্‍স বিশ্বাসযোগ্য নহয়, তেন্তে সেই ক্ষেত্ৰত ৱিকিপিডিয়াৰ কিছু নিজা নীতি আছে।
The articles in Wikipedia does not belong to a single person. Its a collaborative effort, and no one can hold the authority of any part or the article as an entirety. It is subject to revisions, additions and deletions. Wikipedia has its own rules and regulations to control cases where the changes done by its users and not conducive to the proper functioning of Wikipedia or if they are based on unreliable sources.
 
== ৱিকিপিডিয়ালৈ কোনে বৰঙণি আগবঢ়াব পাৰে? ==
== Who all contributes to Wikipedia? ==
 
জাতি, সংস্কৃতি, অৰ্হতা নিৰ্বিশেষে জ্ঞানৰ প্ৰতি ধাউতি থকা সকলো মানুহেই ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াব পাৰে, লাগিলে তেওঁ পঢ়াশলীয়া ছাত্ৰ, পূৰ্বৰ সৈনিক, শিক্ষক, খেতিয়ক, গৃহিণী, ছফ্ট্‌ৱেৰ বিশেষজ্ঞ, চৰকাৰী চাকৰিয়ালেই হওক। জ্ঞান বিলাবলৈ আগ্ৰহ কৰা সকলো মানুহেই ৱিকিপিডিয়াত মিলিত হৈছে আৰু জ্ঞানৰ আদান-প্ৰদানেৰে বৰ্তমান বা ভৱিষ্যত প্ৰজন্মলৈ এক সুন্দৰ উপহাৰ আগবঢ়াইছে।
Anyone who has an interest to share the knowledge can contribute to Wikipedia, irrespective of their cultural background, ethnicity, professional or political backgrounds or interests. This includes school students, ex-military men, farmers, homemakers, software professionals, government employees or anyone. People from all walks of life with an interest to share knowledge is uniting in Wikipedia and increasing their own knowledge as well as that of others, thus giving their bit for the generations to come.
 
== ইংৰাজীৰ বাহিৰে আন ভাষাত ৱিকিপিডিয়া আছেনে? অসমীয়া বা আন ভাৰতীয় ভাষাত ৱিকিপিডিয়া আছেনে? ==
== Is Wikipedia available in languages other than English? Is there a Wikipedia in Malayalam and other Indian languages? ==
 
বৰ্তমানলৈ পৃথিৱীৰ ২৮২টা ভাষাত ৱিকিপিডিয়া প্ৰকাশিত হৈছে। অসমীয়া ভাষাটো এখন ৱিকিপিডিয়া আছে। প্ৰথমখন ৱিকিপিডিয়া আছিল ইংৰাজী ভাষাৰ, ২০০১ চনৰ ১৫ জানুৱাৰীত ইয়াৰ আৰম্ভণি হৈছিল। তাৰ দুমাহ পিছত ২০০১ চনৰ মাৰ্চত জাৰ্মান ভাষাত ৱিকিপিডিয়া আৰম্ভ হ'ল। তাৰ পিছত লাহে লাহে ফ্ৰেঞ্চ, চীনা, ডাট্‌ছ, হিব্ৰু, ইটালিয়ান, ৰাছিয়ান আদি ভাষাৰ ৱিকিপিডিয়াৰ বিকাশ হ'ল।
Wikipedia exists in more than 270 world languages. There is a Wikipedia for Malayalam language as well. The first Wikipedia was English Wikipedia, which was started on 2001 January 15th . After 2 months in 2001 March, Wikipedia started functioning in German language. In the following months, Wikipedia started in French, Chinese, Dutch, Hebrew, Italian, Russian etc.
 
প্ৰথম বছৰত কোনো ভাৰতীয় ভাষাৰে নিজা ৱিকিপিডিয়া নাছিল। ২০০২ চনৰ জুন মাহত অসমীয়া, পাঞ্জাবী আৰু উৰিয়া ৱিকিপিডিয়াৰ শুভাৰম্ভ হ'ল। সেই বছৰৰে ডিচেম্বৰত মালায়ালম ৱিকিপিডিয়া আৰম্ভ হ'ল। ২০০৩ চনত ব্যস্ততা আৰু বাঢ়িল। ফেব্ৰুৱাৰীত ভোজপুৰী, মে' মাহত মাৰাঠী, জুনত কন্নড়, জুলাইত হিন্দী, ছেপ্তেম্বৰত তামিল, তেলেগু, গুজৰাটী আৰু পিছৰ বছৰৰ জানুৱাৰীত বাংলা ৱিকিপিডিয়াৰ আৰম্ভণি হ'ল। এতিয়া সংস্কৃত আৰু পালিকে ধৰি বিশটা ভাৰতীয় ভাষাত ৱিকিপিডিয়া উপলব্ধ।
In the first one year, no Indian language had its own Wikipedia. In June 2002, Punjabi, Assamese, and Oriya Wikipedias came into existence. Malayalam Wikipedia started on 2002 December 21. Year 2003 saw the starting of a lot of Indian language Wikipedias. Bhojpuri started in February, Marathi in May, Kannada in June, Hindu in July, Tamil in September, Telugu and Gujarati in December and Bengali in the January the next year. Wikipedia now exists even in languages like Sanskrit, Pali, and so on.
 
২০১১ চনৰ ১৩ নৱেম্বৰলৈ প্ৰায় ৩৮ লাখ প্ৰবন্ধৰে ইংৰাজী ৱিকিপিডিয়াই বৰ্তমান সৰ্ববৃহত্‍ ৱিকিপিডিয়া। অসমীয়া ৱিকিপিডিয়াত একে তাৰিখলৈ ৭৪২টা প্ৰবন্ধ আছে।
English Wikipedia is the biggest of the wikipedias with more than 33 lakh articles as of 2010 April. Malayalam Wikipedia has over 15,000 articles as of 2010 November.
 
== I am fluent in English. Why should I contribute to Malayalam Wikipedia? ==