ধ্বনিবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2409:4065:E03:9807:0:0:4A48:9C0A (আলোচনা)-ই কৰা 319472 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
5 নং শাৰী:
ধ্বনিবিজ্ঞানত ধ্বনিৰ বিশ্লেষণ কৰা হয়। ধ্বনিৰ উচ্চাৰণ, উচ্চাৰণ কৰোঁতে প্ৰয়োগ হোৱা [[বাগিন্দ্ৰীয়]], উচ্চাৰণৰ বিভিন্ন কৌশল বা ধৰণ আৰু স্থান, ধ্বনিৰ লক্ষণ আৰু গুণ, ধ্বনিৰ প্ৰকৃতি আৰু স্বৰূপ আদিৰ বিজ্ঞানসন্মত সূক্ষ্ম আলোচনা ধ্বনিবিজ্ঞানত কৰা হয়। মানুহে বিভিন্ন [[বাগযন্ত্ৰ]]ৰ দ্বাৰা কেনেকৈ ধ্বনি উৎপন্ন কৰে, ধ্বনিৰ গুণাগুণ কেনেকৈ সলনি কৰিব পাৰে, ধ্বনিয়ে কেনেকৈ এজনৰ [[মুখ]]ৰপৰা গৈ আনজনৰ শ্ৰৱণেন্দ্ৰিয়ত প্ৰতিক্ৰিয়া ঘটাব পাৰে আদি কথা ধ্বনিবিজ্ঞানত বিশ্লেষণ কৰা হয়। তদুপৰি ধ্বনিৰ উচ্চৰণত সংক্ৰমিত হোৱা বায়ুপ্ৰৱাহৰ তৰংগ অৰ্থাৎ বায়ুপ্ৰৱাহৰ গতি কিদৰে উচ্চাৰণাত্মক প্ৰক্ৰিয়াত জড়িত হৈ থাকে এনে দিশসমূহৰ বিষয়েও ধ্বনি বিজ্ঞানত বিশ্লেষণ কৰা হয়। একেদৰে, ধ্বনিবিজ্ঞানত ধ্বনিৰ প্ৰকাৰভেদ, ধ্বনিৰ হ্ৰস্ব-দীৰ্ঘ, আনুনাসিকতা, যুগ্মতা আদি সম্পৰ্কেও খৰচি মাৰি আলোচনা কৰা হয়। ধ্বনিৰ উচ্চাৰণ, [[ধ্বনি]] বৰ্ণনা, ধ্বনিৰ শ্ৰেণীবিভাজন, ধ্বনি উচ্চাৰণ আৰু গ্ৰহণৰ ক্ষেত্ৰত মানৱ শৰীৰৰ কেনে সম্পৰ্ক, এনে দিশসমূহৰ বিচাৰ-বিশ্লেষণৰ বাবে পদাৰ্থ বিজ্ঞানক সামৰি ধ্বনিবিজ্ঞানক এক প্ৰকৃত বিজ্ঞানৰ শাৰীত ধৰা হৈছে।<ref name="bhaxachintan"/>
 
==ধ্বনিবিজ্ঞানৰ কাম কি==
 
==ধ্বনিবৈজ্ঞানিক বিশ্লেষণ==