নাছা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
11 নং শাৰী:
 
১৯৫৮ চনৰ ১২ জানুৱাৰীত নাকাই গাইফৰ্ড ষ্টিভাৰৰ নেতৃত্বত মহাকাশ প্ৰযুক্তিৰ এখন বিশেষ সমিতি গঠন কৰে। ১৯৫৮ চনৰ ১৪ জানুৱাৰীত নাকাৰ সঞ্চালক হিউ ড্ৰাইডেনে "এ নেচনেল ৰিচাৰ্চ প্ৰগ্ৰেম ফৰ স্পেচ টেকন'লজি" প্ৰকাশ কৰি কয় যে,
{{quote|জাতি হিচাপে আমাৰ মৰ্য্যাদাৰ লগতে সামৰিক প্ৰয়োজনীয়তাৰ বিবেচনাৰে আমাৰ দেশৰ বাবে ই অতি জৰুৰী আৰু গুৰুত্বপূৰ্ণ যে এই প্ৰত্যাহ্বানৰ [স্পুটনিক] উত্তৰ হোৱা উচিত- মহাকাশ বিজয়ৰ বাবে গৱেষণা আৰু উন্নয়নৰ এক শক্তিশালী কাৰ্যসূচীৰ সূচনা... সেই অনুসৰি প্ৰস্তাৱ কৰা হৈছে যে বৈজ্ঞানিক গৱেষণা এটা ৰাষ্ট্ৰীয় অসামৰিক সংস্থাৰ দায়িত্ব হ'ব লাগে... নাকাই নিজৰ প্ৰচেষ্টাৰ দ্ৰুত বিবৰ্ধন আৰু সম্প্ৰসাৰণৰ দ্বাৰা মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম}}
 
== তথ্যসূত্ৰ ==
"https://as.wikipedia.org/wiki/নাছা"ৰ পৰা অনা হৈছে