অষ্টাংগিক আৰ্য মাৰ্গ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

"Noble Eightfold Path" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে
 
No edit summary
1 নং শাৰী:
 
[[চিত্ৰ:Dharmachakra.jpg|right|thumb|238x238px|আঠডাল মাৰি থকা ধৰ্মচক্ৰই চকাই অষ্টাংগিক আৰ্য মাৰ্গ চিহ্নিত কৰে।]]
'''অষ্টাংগিক আৰ্য মাৰ্গ''' ([[পালি ভাষা|পালি]]: {{lang|pi|{{IAST|ariya aṭṭhaṅgika magga}}}}, [[সংস্কৃত ভাষা|সংস্কৃত]]: {{lang|sa|{{IAST|āryāṣṭāṅgamārga}}}})<ref>Brekke, Torkel. "The Religious Motivation of the Early Buddhists". Journal of the American Academy of Religion, Vol. 67, No. 4 (Dec. 1999), p. 860</ref> সংসাৰৰ[[সংসাৰ (বৌদ্ধ ধৰ্ম)|সংসাৰ]]ৰ পৰা মোক্ষলাভ[[মোক্ষ]]লাভ<ref>Brekke, Torkel. "The Religious Motivation of the Early Buddhists". Journal of the American Academy of Religion, Vol. 67, No. 4 (Dec. 1999), p. 860</ref>{{sfn|Anderson|2013|pp=64–65}} ([[জীৱন]] আৰু মৃত্যুৰ[[মৃত্যু]]ৰ চক্ৰৰ অন্ত) আৰু [[নিৰ্বাণ]] প্ৰাপ্তিৰ বাবে [[বৌদ্ধ ধৰ্ম|বৌদ্ধ]] কাৰ্যপন্থাৰ এক পুৰণি সাৰাংশ।{{Sfn|Lopez|2009|p=136-137}}{{Sfn|Lopez|2009|p=136-137}} বৌদ্ধ প্ৰতীকসমূহৰ মাজত ধৰ্মচক্ৰই অষ্টাংগিক আৰ্য মাৰ্গ দৰ্শায়।
 
== কাৰ্যসমূহ ==
এই মাৰ্গত আঠটা কাৰ্য আছে: [[সম্যক দৃষ্টি]], [[সম্যক সংকল্প]], [[সম্যক বাক্য]], [[সম্যক কৰ্ম]], [[সম্যক জীৱিকা]], [[সম্যক প্ৰযত্ন]], [[সম্যক স্মৃতি]] আৰু [[সম্যক সমাধি।সমাধি]]।{{sfn|Vetter|1988|pp=11–14}} ইয়াৰে প্ৰথম দুটা সম্যক [[প্ৰজ্ঞা (বৌদ্ধ ধৰ্ম)|প্ৰজ্ঞা]], তাৰ পাছৰ তিনিটা সম্যক [[শীল (বৌদ্ধ ধৰ্ম)|শীল]] আৰু শেষৰ তিনিটা সম্যক সমাধি।[[সমাধি]]।
 
প্ৰথমে বৌদ্ধ ধৰ্মত এই কাৰ্যসমূহ আৰম্ভ হৈছিল এই ধাৰণাৰে যে শৰীৰ-মনে ভ্ৰষ্ট ধৰণেৰে কাম কৰে (সম্যক দৃষ্টি); যাৰ পাছত বৌদ্ধ মাৰ্গত প্ৰৱেশ কৰা হয়: সম্যক পালন, সম্যক সংযম, দয়া আৰু কৰুণা বৃদ্ধি কৰা। অৱশেষত [[ধ্যান]] বা সমাধি লাভ কৰা হয়। ই [[শৰীৰ]] আৰু মনৰ[[মন]]ৰ বিকাশৰ কাৰ্যক সুদৃঢ় কৰে।{{sfn|Vetter|1988}} পাছলৈ প্ৰজ্ঞা বৌদ্ধ ধৰ্মত গুৰুত্বপূৰ্ণ হৈ পৰিল, আৰু এই মাৰ্গৰ এক অন্য ধাৰণা বিকশিত হ'ল।{{sfn|Bronkhorst|1993}}{{sfn|Bronkhorst|1993}} ইয়াৰ উদ্দেশ্য অজ্ঞান আৰু পুনৰ্জন্মৰ অন্ত।{{sfn|Raju|1985|pp=147–51}}{{sfn|Eliot|2014|pp=39–41}}{{sfn|Harvey|2016|p=253–55}}{{sfn|Anderson|2013|pp=64–65}}{{sfn|Anderson|2013|pp=64–65}}
 
== ভূমিকা ==
অষ্টাংগিক আৰ্য মাৰ্গ বৌদ্ধ শিক্ষাৰ এক প্ৰধান সাৰাংশ, যিয়ে অৰ্হতলৈ লৈ যায়।<ref name="Cambridge Univ. Press2">{{cite book|last1=Harvey|first1=Peter|title=An introduction to Buddhist ethics : foundations, values and issues|date=2000|publisher=Cambridge Univ. Press|location=Cambridge|isbn=0-521-55394-6|pages=123–24}}</ref> থেৰবাদত[[থেৰবাদ]]ত এই মাৰ্গক শীল, সমাধি আৰু প্ৰজ্ঞা বোলা হয়। মহাযানত[[মহাযান]]ত এই মাৰ্গৰ তুলনা কৰা হয় বোধিসত্ত্ব মাৰ্গৰ সৈতে। মহাযানৰ মতে [[বোধিসত্ত্ব মাৰ্গ|বোধিসত্ত্ব মাৰ্গে]] অৰ্হতৰ[[অৰ্হৎ|অৰ্হত]]ৰ আগলৈ যাত্ৰীক লৈ যায়: পূৰ্ণ বুদ্ধত্বলৈ।<ref name="Cambridge Univ. Press3">{{cite book|last1=Harvey|first1=Peter|title=An introduction to Buddhist ethics : foundations, values and issues|date=2000|publisher=Cambridge Univ. Press|location=Cambridge|isbn=0-521-55394-6|pages=123–24}}</ref>
 
== টোকা ==