অষ্টাংগিক আৰ্য মাৰ্গ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
 
[[চিত্ৰ:Dharmachakra.jpg|right|thumb|238x238px|আঠডাল মাৰি থকা ধৰ্মচক্ৰই চকাই[[ধৰ্মচক্ৰ]]ই অষ্টাংগিক আৰ্য মাৰ্গ চিহ্নিত কৰে।]]
'''অষ্টাংগিক আৰ্য মাৰ্গ''' ([[পালি ভাষা|পালি]]: {{lang|pi|{{IAST|ariya aṭṭhaṅgika magga}}}}, [[সংস্কৃত ভাষা|সংস্কৃত]]: {{lang|sa|{{IAST|āryāṣṭāṅgamārga}}}})<ref>Brekke, Torkel. "The Religious Motivation of the Early Buddhists". Journal of the American Academy of Religion, Vol. 67, No. 4 (Dec. 1999), p. 860</ref> [[সংসাৰ (বৌদ্ধ ধৰ্ম)|সংসাৰ]]ৰ পৰা [[মোক্ষ]]লাভ<ref>Brekke, Torkel. "The Religious Motivation of the Early Buddhists". Journal of the American Academy of Religion, Vol. 67, No. 4 (Dec. 1999), p. 860</ref>{{sfn|Anderson|2013|pp=64–65}} ([[জীৱন]] আৰু [[মৃত্যু]]ৰ চক্ৰৰ অন্ত) আৰু [[নিৰ্বাণ]] প্ৰাপ্তিৰ বাবে [[বৌদ্ধ ধৰ্ম|বৌদ্ধ]] কাৰ্যপন্থাৰ এক পুৰণি সাৰাংশ।{{Sfn|Lopez|2009|p=136-137}}{{Sfn|Lopez|2009|p=136-137}} বৌদ্ধ প্ৰতীকসমূহৰ মাজত ধৰ্মচক্ৰই অষ্টাংগিক আৰ্য মাৰ্গ দৰ্শায়।
 
10 নং শাৰী:
== ভূমিকা ==
অষ্টাংগিক আৰ্য মাৰ্গ বৌদ্ধ শিক্ষাৰ এক প্ৰধান সাৰাংশ, যিয়ে অৰ্হতলৈ লৈ যায়।<ref name="Cambridge Univ. Press2">{{cite book|last1=Harvey|first1=Peter|title=An introduction to Buddhist ethics : foundations, values and issues|date=2000|publisher=Cambridge Univ. Press|location=Cambridge|isbn=0-521-55394-6|pages=123–24}}</ref> [[থেৰবাদ]]ত এই মাৰ্গক শীল, সমাধি আৰু প্ৰজ্ঞা বোলা হয়। [[মহাযান]]ত এই মাৰ্গৰ তুলনা কৰা হয় বোধিসত্ত্ব মাৰ্গৰ সৈতে। মহাযানৰ মতে [[বোধিসত্ত্ব মাৰ্গ|বোধিসত্ত্ব মাৰ্গে]] [[অৰ্হৎ|অৰ্হত]]ৰ আগলৈ যাত্ৰীক লৈ যায়: পূৰ্ণ বুদ্ধত্বলৈ।<ref name="Cambridge Univ. Press3">{{cite book|last1=Harvey|first1=Peter|title=An introduction to Buddhist ethics : foundations, values and issues|date=2000|publisher=Cambridge Univ. Press|location=Cambridge|isbn=0-521-55394-6|pages=123–24}}</ref>
 
== টোকা ==
{{Reflist|2|group=note}}
 
== তথ্য সংগ্ৰহ ==