কাকৈঢোৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা পাকৈঢোৰাৰ পৰা কাকৈঢোৰালৈ Nayan j Nathয়ে স্থানান্তৰ কৰিলে: ভুল শিৰোনাম
No edit summary
1 নং শাৰী:
{{Taxobox
| name = পাকৈঢোৰাকাকৈঢোৰা
| status = NT | status_system = IUCN3.1
| status_ref = <ref name=iucn>{{IUCN2008|assessors=BirdLife International|year=2008|id=144777|title=Mycteria leucocephala|downloaded=2 February 2009}}</ref>
20 নং শাৰী:
 
 
'''পাকৈঢোৰাকাকৈঢোৰা''' ({{Lang-en|Painted Stork}}; বৈজ্ঞানিক নাম: ''Mycteria leucocephala'')<ref name=aa>শান্তা শৰ্মা, ''লুইতৰ পাৰৰ চৰাইৰ বিননি'', সাপ্তাহান্তিক (আমাৰ অসম কাকতৰ শনিবৰীয়া পৰিপূৰিকা) ১২ মে, ২০১২</ref> এবিধ পানী যুঁৱলিত দেখা পোৱা চৰাই। হিমালয়ৰ পাদদেশৰ [[দক্ষিণ এছিয়া]] আৰু দক্ষিণ-পূব এছিয়াত এই চৰাই দেখা পোৱা যায়। [[অসম]]তো চৰাই বিধ পোৱা যায়। তৰাং পানীত দল বান্ধি থাকে। আধাখোলা ঠোঁট পানীত ডুবাই ৰাখি ইফাল-সিফাল কৰি থাকে। মাছ পালেই ঠোঁটেৰে ধৰি লয়। পানীৰে অহাযোৱা কৰোঁতে ঠেঙেৰে খেদালি থাকে, আৰু লুকাই থকা মাছ ওপৰলৈ উঠি আহে। দল বান্ধি গছত বাঁহ সাজে। এইবিধ [[পৰিভ্ৰমী চৰাই]] নহয়। খাদ্যৰ সন্ধানতো বৰ বেছি দূৰলৈ নাযায়।
 
==বৰ্ণনা==
পাকৈঢোৰাকাকৈঢোৰা ওখই প্ৰায় ১০০ চেণ্টিমিটাৰ মান হয়। উজ্জ্বল বগা বৰণৰ চৰাইবিধৰ ঠোঁটটৌ অকণমান বেঁকা আৰু হালধীয়া। মুখখনৰো ৰঙো গুলপীয়া, হালধীয়া থকা। ডেউকা দুখন বগা, কিন্তু মাজত সেউজীয়াৰ নিচিনা ক'লা জিলিকি থাকে। বুকুৰ মাজেৰে ক'লা ৰঙ আছে। মতা-মাইকী দুয়োবিধেই দেখাত একেই। ফিছাত উজ্জ্বল গুল’পীয়া ৰঙৰ পাখি থাকে। দেখাত ৰঙ লগাই থোৱাৰ নিচিনা লাগে বাবেই ইংৰাজীত ইয়াক painted stork বুলি কোৱা হয়।<ref name=aa />
 
জুলাই-আগষ্ট মাহত ওখ গছৰ ফেৰেঙনিত ঘাঁহ-পাত আৰু গছৰ ঠাল গোটাই গোটোং কৰি বাহ সাজে। বাহত ৩-টাৰপৰা ৫-টালৈকে কণী পোৱা যায়। বাহ সজা আৰু উমনি দিয়া কামটো মতা-মাইকী উভয়ে মিলামিছাকৈ কৰে।<ref name=aa />
[[File:Painted Stork (Mycteria leucocephala) in Uppalpadu, AP W IMG 3314.jpg|thumb|upright|none|বাহৰ কাষতে পূৰ্ণবয়স্ক পাকৈঢোৰাৰকাকৈঢোৰাৰ দল, স্থান: উপালাপাড়ু, ভাৰত]]
{{-}}
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/কাকৈঢোৰা"ৰ পৰা অনা হৈছে