কাকৈঢোৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
25 নং শাৰী:
কাকৈঢোৰা ওখই প্ৰায় ১০০ চেণ্টিমিটাৰ মান হয়। উজ্জ্বল বগা বৰণৰ চৰাইবিধৰ ঠোঁটটৌ অকণমান বেঁকা আৰু হালধীয়া। মুখখনৰো ৰঙো গুলপীয়া, হালধীয়া থকা। ডেউকা দুখন বগা, কিন্তু মাজত সেউজীয়াৰ নিচিনা ক'লা জিলিকি থাকে। বুকুৰ মাজেৰে ক'লা ৰঙ আছে। মতা-মাইকী দুয়োবিধেই দেখাত একেই। ফিছাত উজ্জ্বল গুল’পীয়া ৰঙৰ পাখি থাকে। দেখাত ৰঙ লগাই থোৱাৰ নিচিনা লাগে বাবেই ইংৰাজীত ইয়াক painted stork বুলি কোৱা হয়।
 
জুলাই-আগষ্ট মাহত ওখ গছৰ ফেৰেঙনিত ঘাঁহ-পাত আৰু গছৰ ঠাল গোটাই গোটোং কৰি বাহ সাজে। বাহত ৩-টাৰপৰা ৫-টালৈকে কণী পোৱা যায়। বাহ সজা আৰু উমনি দিয়া কামটো মতা-মাইকী উভয়ে মিলামিছাকৈ কৰে।<ref name=aa />
[[File:Painted Stork (Mycteria leucocephala) in Uppalpadu, AP W IMG 3314.jpg|thumb|upright|none|বাহৰ কাষতে পূৰ্ণবয়স্ক কাকৈঢোৰাৰ দল, স্থান: উপালাপাড়ু, ভাৰত]]
{{-}}
 
==তথ্য সংগ্ৰহ==
{{reflist}}
"https://as.wikipedia.org/wiki/কাকৈঢোৰা"ৰ পৰা অনা হৈছে