উত্তৰ-পূব ভাৰত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Beingsofiqul (আলোচনা | বৰঙণি) No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
No edit summary |
||
10 নং শাৰী:
| data2 = {{convert|262,230|km2|abbr=on}}
| label3 = [[ঘনবসতি]]
| data3 = ১৪৮ /বৰ্গ কিমি
| label4 = [[সময় স্থান]]
| data4 = [[ভাৰতীয় মান সময়|IST]] ([[UTC+5:30]])
27 নং শাৰী:
[[File:Assam in 1950s.png|thumb|left|200px|১৯৫০ চনত অসম ৰাজ্যৰ মানচিত্ৰ]]
'''উত্তৰ-পূব ভাৰত''' বুলিলে [[ভাৰত]]ৰ একেবাৰে পূবদিশত থকা [[সাতভনী ৰাজ্যসমূহ]], [[ছিক্কিম]] আৰু [[উত্তৰ বঙ্গ]]ৰ কিছু অংশক ([[দাৰ্জিলিং]], [[জলপাইগুৰি]] আৰু [[কোচবিহাৰ]] জিলা) বুজোৱা হয়। গোষ্ঠীগতভাৱে এই অংশ ভাৰতৰ আন ঠাইতকৈ পৃথক। [[পূব এছিয়া]] আৰু [[দক্ষিণ-পূব এছিয়া]]ৰ লগত ইয়াৰ জাতিগত আৰু সাংস্কৃতিক মিল আছে, আৰু সংস্কৃতকৰণৰ পৰা আঁতৰত থকা কুকি বা অন্যান্য কিছুমান জনগোষ্ঠীও দেখিবলৈ পোৱা যায়।
উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত ছিক্কিমে ১৯৪৭ চনত ভাৰতৰ অধীনস্থ ৰাজ্য আৰু ১৯৭৫ চনৰ পূৰ্ণাঙ্গ ৰাজ্যৰ স্বীকৃতি পায়। ২১-৪০ কি:মি: গড় প্ৰস্থতাৰ [[পশ্চিম বঙ্গ]]ৰ শিলিগুৰি ক'ৰিডৰে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ আন ঠাইৰ লগত সংযোগ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰক ২০০০তকৈও অধিক কি:মি: দৈৰ্ঘ্যৰ সীমাই আন দেশ যেনে- [[নেপাল]], [[চীন]], [[ভূটান]], [[ম্যানমাৰ]] আৰু [[বাংলাদেশ]]ৰ পৰা পৃথক কৰিছে।
|