আগৰতলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
59 নং শাৰী:
}}
 
'''আগৰতলা''' ({{lang-bn|আগরতলা}}; {{lang-en|Agartala}}, {{IPAc-en|ˌ|ʌ|ɡ|ər|t|ə|ˈ|l|ɑː}}) হৈছে [[ভাৰত|ভাৰতৰ]] [[ত্ৰিপুৰা]] ৰাজ্যৰ ৰাজধানী, আৰু [[উত্তৰ-পূব ভাৰত|উত্তৰ-পূব ভাৰতৰ]] অন্যতম বৃহৎ চহৰ। চহৰখন [[আগৰতলা পৌৰ নিগম|আগৰতলা পৌৰ নিগমৰ]] দ্বাৰা পৰিচালিত হয়। চহৰখন [[ত্ৰিপুৰা চৰকাৰ|ত্ৰিপুৰা চৰকাৰৰ]] আসন। ই [[বাংলাদেশ]] সীমান্তৰ ওচৰৰ হাওৰা নদীৰ পাৰত, বাংলাদেশৰ ৰাজধানী [[ঢাকা|ঢাকাৰ]] পৰা প্ৰায় ৯০ কিলোমিটাৰ (৫৫ মাইল) পূবত আৰু [[ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল|ৰাষ্ট্ৰীয় ৰাজধানী]] [[নতুন দিল্লী|নতুন দিল্লীৰ]] পৰা প্ৰায় ২,৪৯৯ কিলোমিটাৰ (১,৫২২ মাইল) দূৰত পশ্চিম ত্ৰিপুৰা [[ত্ৰিপুৰাৰ জিলাসমূহ|জিলাত]] অৱস্থিত। [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰৰ]] এক ফ্লেগশ্বিপ আঁচনি স্মাৰ্ট চিটি মিছনৰ অধীনত আগৰতলা বিকশিত কৰা হৈছে।হৈ আছে।
 
== তথ্য সংগ্ৰহ ==
"https://as.wikipedia.org/wiki/আগৰতলা"ৰ পৰা অনা হৈছে