২৩ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
3 নং শাৰী:
১৯৬৯ - বলিউডৰ অভিনেত্ৰী মধুবালাৰ মৃত্যু (জন্ম ১৯৩৩)
 
১৯৫২ - বিশিষ্ট সংগীতজ্ঞ কীৰ্তিনাথ শৰ্মা বৰদলৈৰ মৃত্যু । বিশিষ্ট গীতিকাৰ আৰু সুৰকাৰগৰাকী আছিল অসমীয়া ভাষাত অপেৰা ৰচনা কৰা প্ৰথম ব্যক্তি । অসমীয়া লোকসংগীত, জিকিৰ, আধুনিক গীত আদিৰ প্ৰসাৰ আৰু প্ৰচাৰত তেওঁ বিশেষ ভূমিকা পালন কৰিছিল । তেওঁ ক্লেৰিঅ'নেটৰ পৰা আৰম্ভ কৰি নাগাৰালৈকে প্ৰায় সকলো বাদ্যই বজাব জানিছিল ।