বিনায়ক দামোদৰ সাভাৰকাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

20 নং শাৰী:
 
== প্ৰাৰম্ভিক জীৱন ==
১৮৮৩ চনৰ ২৮ মে' তাৰিখে নাছিক জিলাৰ ভাগলপুৰৰ এটা সাধাৰণ হিন্দু ব্ৰাহ্মণ পৰিয়ালত বিনায়ক দামোদৰ সাভাৰকাৰৰ জন্ম হয়।{{sfn|Bhave|2009|pp=12–13}} সাভাৰকাৰৰে তেঁওৰ শৈশৱ গণেশ মাইনা ভাই আৰু নাৰায়ণ নামৰ ভাতৃ-ভগ্নীৰ সৈতে পাৰ কৰিছিল।{{sfn|Rana|2004|p=15}}{{sfn|Jyotirmaya Sharma|2011|p=128}}<ref>{{cite news |title=Savarkar, Modi's mentor: The man who thought Gandhi a sissy |url=https://www.economist.com/news/christmas-specials/21636599-controversial-mentor-hindu-right-man-who-thought-gandhi-sissy |access-date=22 December 2014 |newspaper=The Economist |date=20 December 2014 |archive-url=https://web.archive.org/web/20160206061243/http://www.economist.com/news/christmas-specials/21636599-controversial-mentor-hindu-right-man-who-thought-gandhi-sissy |archive-date=6 February 2016 |url-status=live }}</ref> শৈশৱত তেঁও তেওঁৰ সাহস আৰু সাহসিকতাৰ বাবে তেওঁ যথেষ্ট প্ৰশংসিত হৈছিল আৰু তেওঁক বীৰ দামোদৰ সাভাৰকাৰ বুলি কোৱা হৈছিল। সৰুৰে পৰা দেশৰ বাবে কিবা কৰাৰ আগ্ৰহে তেওঁক এজন বিপ্লৱী যুৱক কৰি তুলিছিল। তেওঁৰ ডাঙৰ ভায়েক গণেশে এই পদক্ষেপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ এজন যুৱ খেলুৱৈ হিচাপে সকলোৰে সন্মুখত আবিৰ্ভাৱ হৈছিল, লাহে লাহে তেওঁ এটা যুৱ গোট আয়োজন কৰিছিল যাক পিছত মিত্ৰ মেলা বুলি নামাকৰণ কৰা হৈছিল।<ref>{{Cite book |last=Tejani |first=Shabnum |url=https://books.google.com/books?id=L7sLEAAAQBAJ&pg=PA101 |title=Indian Secularism: A Social and Intellectual History, 1890-1950 |date=2021-01-05 |publisher=Indiana University Press |isbn=978-0-253-05832-4 |language=en}}</ref><ref>{{Cite book |last=Bapu |first=Prabhu |url=https://books.google.com/books?id=iUFalxUFFWkC&pg=PA96 |title=Hindu Mahasabha in Colonial North India, 1915-1930: Constructing Nation and History |date=2013 |publisher=Routledge |isbn=978-0-415-67165-1 |language=en}}</ref>
 
== পৰিয়াল ==