ৰেড কাৰ্পেট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
7 নং শাৰী:
সাহিত্যত ৰঙা দলিচাৰ ওপৰেৰে খোজকঢ়াৰ প্ৰথমটো জ্ঞাত তথ্য পোৱা হৈছে ছাইক্লিছে ৪৮৫ খ্ৰীষ্টপূৰ্বত ৰচনা কৰা এখন নাটকত৷ নাটখনৰ নাম হৈছে ''আগামেমনন''৷ যেতিয়া কাহিনীৰ শীৰ্ষ চৰিত্ৰটি ট্ৰয়ৰ পৰা উভতি আহে, তেতিয়া তেওঁৰ পত্নী ক্লাইমেনষ্ট্ৰাই ৰঙা পথ এছোৱাৰে খোজ কাঢ়িবলৈ অনুৰোধ কৰে, এইদৰে:
 
<blockquote>Now, dearest husband, come, step from your chariot. But do not set to earth, my lord, the conquering foot That trod down Troy. Servants, do as you have been bidden; Make haste, carpet his way with crimson tapestries, Spread silk before your master’s feet; Justice herself Shall lead him to a home he never hoped to see. (মোৰ প্ৰিয় স্বামী, আহা; তোমাৰ ৰথৰ পৰা খোজ পেলোৱা। কিন্তু পৃথিৱীত ভৰি নথ'বা মোৰ প্ৰভু৷ ট্ৰয়ক ভৰিৰে গচকি পৰা সেই বিজয়ী ভৰি। দাসসকল, তোমালোকক যিদৰে আজ্ঞা দিয়া হৈছে, সেইদৰে কৰা৷ খৰখেদা কৰককৰা, ৰঙা টেপেষ্ট্ৰীৰে তেওঁৰ পথত দলিচা পাৰক৷পাৰা৷ তোমালোকৰ মালিকৰ ভৰিৰ সমুখত ৰেচম মোকলাই দিয়া; ন্যায়ে নিজেই তেওঁক এনে এখন ঘৰলৈ লৈ যাব যি তেওঁ কেতিয়াও দেখাৰ আশা কৰা নাছিল।)
 
* Phillip Vellacott, The Oresteian Trilogy, Penguin 1973 <small>([https://books.google.com.au/books?id=tuRiOESBVjkC Google Books])</small>
</blockquote>
কেৱল গ্ৰীক দেৱতাইহে এনে বিলাসিতাপূৰ্ণ দলিচাৰ ওপৰত খোজ কাঢ়ে বুলি জানি আগামেমননে কম্পিত কণ্ঠেৰে উত্তৰ দিয়ে:
 
<blockquote>I am a mortal, a man; I cannot trample upon these tinted splendors without fear thrown in my path.</blockquote>
 
==তথ্য সংগ্ৰহ==
{{reflist|30em}}