৩০ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

10 নং শাৰী:
== মৃত্যু ==
* ১৪৩১ - [[জোৱান অফ আৰ্ক]], এগৰাকী ফৰাচী বীৰাংগনা আৰু ৰোমান কেথ’লিক মনিষী।
* ১৭৭৮ - ভলটেয়াৰ, ফৰাচী লেখক আৰু দাৰ্শনিক।
* ১৯২৩ - [[ভোলানাথ বৰুৱা]], অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী আছিল।
* ১৯৬৫ - লুই ইয়েল্ম্‌স্লেভ, ডেনমাৰ্কৰ ভাষাবিজ্ঞানী।
* ১৯৮১ - জিয়াউৰ ৰহমান, [[বাংলাদেশ|বাংলাদেশৰ]] স্বাধীনতাৰ ঘোষক, ৰাষ্ট্ৰপতি আৰু সেনাপ্ৰধান আৰু বীৰ উত্তম উপাধিপ্ৰাপ্ত মুক্তিযোদ্ধা।
"https://as.wikipedia.org/wiki/৩০_মে%27"ৰ পৰা অনা হৈছে