আগৰতলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
61 নং শাৰী:
'''আগৰতলা''' ({{lang-bn|আগরতলা}}; {{lang-en|Agartala}}, {{IPAc-en|ˌ|ʌ|ɡ|ər|t|ə|ˈ|l|ɑː}})<ref>{{MW|Agartala}}</ref> হৈছে [[ভাৰত|ভাৰতৰ]] [[ত্ৰিপুৰা]] ৰাজ্যৰ ৰাজধানী, আৰু [[উত্তৰ-পূব ভাৰত|উত্তৰ-পূব ভাৰতৰ]] অন্যতম বৃহৎ চহৰ। চহৰখন [[আগৰতলা পৌৰ নিগম|আগৰতলা পৌৰ নিগমৰ]] দ্বাৰা পৰিচালিত হয়। চহৰখন [[ত্ৰিপুৰা চৰকাৰ|ত্ৰিপুৰা চৰকাৰৰ]] আসন। ই [[বাংলাদেশ]] সীমান্তৰ ওচৰৰ হাওৰা নদীৰ পাৰত, বাংলাদেশৰ ৰাজধানী [[ঢাকা|ঢাকাৰ]] পৰা প্ৰায় ৯০ কিলোমিটাৰ (৫৫ মাইল) পূবত আৰু [[ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল|ৰাষ্ট্ৰীয় ৰাজধানী]] [[নতুন দিল্লী|নতুন দিল্লীৰ]] পৰা প্ৰায় ২,৪৯৯ কিলোমিটাৰ (১,৫২২ মাইল) দূৰত<ref>{{cite web |url=https://www.distancecalculator.net/from-agartala-to-dhaka |title=Distance Calculator{{Snd}} Distance from Agartala to Dhaka
|website=distancecalculator.net
|access-date=9 October 2019}}</ref> পশ্চিম ত্ৰিপুৰা [[ত্ৰিপুৰাৰ জিলাসমূহ|জিলাত]] অৱস্থিত। [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰৰ]] এক ফ্লেগশ্বিপ আঁচনি স্মাৰ্ট চিটি মিছনৰ অধীনত আগৰতলা বিকশিত কৰা হৈ আছে। আগৰতলা [[মুম্বাই]] আৰু [[চেন্নাই|চেন্নাইৰ]] পিছত ভাৰতৰ তৃতীয় আন্তঃৰাষ্ট্ৰীয় [[ইণ্টাৰনেট]] গেটৱে।<ref>{{Cite web|url=https://timesofindia.indiatimes.com/city/agartala/Agartala-becomes-Indias-third-intl-internet-gateway/articleshow/51544682.cms|title=Agartala becomes India's third int'l internet gateway &#124; Agartala News{{Snd}} Times of India|newspaper=[[The Times of India]]|access-date=10 December 2019}}</ref>
 
== ব্যুৎপত্তি ==
 
== তথ্য সংগ্ৰহ ==
"https://as.wikipedia.org/wiki/আগৰতলা"ৰ পৰা অনা হৈছে