অনুৰাধা শৰ্মা পূজাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
32 নং শাৰী:
ভাৰতীয় শিশু কল্যাণ সমিতিয়ে মহিলা আৰু শিশু পুনঃনিৰ্মাণ কেন্দ্ৰ তথা কামৰূপ জিলা শিশু কল্যাণ সমিতিৰ সহযোগত গুৱাহাটীৰ হেম শিশু সদনত আয়োজন কৰা ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা প্ৰদান অনুষ্ঠানত লেখিকাগৰাকী সন্মানীয় অতিথি আছিল।<ref>[http://www.telegraphindia.com/1060114/asp/guwahati/story_5715390.asp Young Bravehearts] January 14, 2006 The Telegraph (Calcutta, India)</ref>
 
==সাহিত্য কৰ্মৰাজীকৰ্মৰাজি==
{{Multicol}}
===উপন্যাস===
* [[হৃদয় এক বিজ্ঞাপন]]
* [[এজন ঈশ্বৰৰ সন্ধানত]]
* [[কাঞ্চন (উপন্যাস)|কাঞ্চন]]
* [[চাহেবপুৰাৰ বৰষুণ]]
* [[ব’ৰাগী নদীৰ ঘাট]]
* [[নাহৰৰ নিৰিবিলি ছাঁ]]
* [[ৰাগ-অনুৰাগ]]
*[[জলছবি]]
* [[মেৰেং]]<ref name="banalata">{{cite web | url=http://www.banalata.in/book/mareng-1 | title=MARENG :Evergreen Book | publisher=বনল্তা প্ৰকাশন | work=banalata.in | accessdate=February 03, 2013}}</ref>
* [[সোণ হৰিণৰ চেঁকুৰ (গ্ৰন্থ)|সোণ হৰিণৰ চেঁকুৰ]]
* [[নীল প্ৰজাপতি]]
* [[ইয়াত এখন অৰণ্য আছিল]]
{{Multicol-break}}
 
==='''উপন্যাস==='''
===গল্প সংকলন===
* ''[[হৃদয় এক বিজ্ঞাপন]]'', ১৯৯৮
* বসন্তৰ গান
* ''[[এজন ঈশ্বৰৰ সন্ধানত]]'', ১৯৯৮
* এজন অসামাজিক কবিৰ বায়’গ্ৰাফী
* ''[[কাঞ্চন (উপন্যাস)]]'', ২০০১, উপন্যাসখনত কাঞ্চন নামৰ এগৰাকী ছোৱালীৰ জীৱন কাহিনী চিত্ৰিত কৰা হৈছে। কাঞ্চনক কিছুমান সংকীৰ্ণ মনৰ পুৰুষে অবিৰতভাৱে প্ৰতাৰণা আৰু যৌন নিৰ্যাতন চলায়।
* [[কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া]]
* [[চাহেবপুৰাৰ বৰষুণ]], ২০০৩, চাহেবপুৰা নামৰ এখন গাঁৱৰ সমাজকৰ্মীসকলৰ এক দুঃসাহসিক যাত্ৰা এই উপন্যাসখনে পোহৰলৈ আনিছে।
* ন' মেনছ লেণ্ড
* ''[[ব’ৰাগীব'ৰাগী নদীৰ ঘাট]]'', ২০০৪
* ''[[নাহৰৰ নিৰিবিলি ছাঁ]]'' ২০০৫, ইয়াক লেখিকাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰ ডায়েৰী বুলি অভিহিত কৰিব পাৰি। সেই সময়ত তেওঁ লগ পোৱা চৰিত্ৰবোৰ আৰু তাত থকা দুবছৰত সংঘটিত হোৱা সকলো পৰিঘটনাৰ কথা কিতাপখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে।
* ''[[ৰাগ- অনুৰাগ]]'',২০০৭
* ''[[মেৰেং]]'', ২০১০, মেৰেং বা [[ইন্দিৰা মিৰি]] নামৰ এগৰাকী শক্তিশালী মহিলাৰ কাহিনী।
* ''[[সোণ হৰিণৰ চেঁকুৰ]],২০১২,এই গ্ৰন্থখন এনে যুৱক-যুৱতীসকলৰ বাবে উৎসৰ্গিত কৰা হৈছে যিসকলে নিজৰ কেৰিয়াৰক লৈ অতি সচেতন আৰু উত্তেজিত হৈ পৰে আৰু বিফল হ’লে প্ৰায়ে আত্মহত্যাৰ দৰে পথ বাচি লয়। জীৱনটো এক অতি আকৰ্ষণীয় যাত্ৰা। ই অতি মূল্যৱান আৰু ইয়াক অচল কৰি পেলাব নোৱাৰি। গ্ৰন্থখনত এই বাৰ্তা দিয়া হৈছে যে যুৱক-যুৱতীসকলে নিজৰ ভাল লগা কামত নিজকে উৎসৰ্গিত কৰিব লাগে।
* ''[[নীল প্ৰজাপতি]]'', ২০১৩, এই গ্ৰন্থখন দম্পতীৰ মাজত থকা সৰু সৰু সমস্যা আৰু প্ৰেমেৰে ভৰপূৰ।
* ''[[জলছবি]]'', (২০১৪), এলঝেইমাৰৰ সমস্যাই বুঢ়া পিতৃ-মাতৃ আৰু তেওঁলোকৰ সন্তানৰ মাজত কেনেকৈ ব্যৱধানৰ সৃষ্টি কৰে, সেই কথা এই গ্ৰন্থখনত চিত্ৰিত কৰা হৈছে।
* [[''ইয়াত এখন অৰণ্য আছিল]]''
 
==='''গল্প সংকলন==='''
===আত্মজীৱনীমূলক প্ৰবন্ধ সংকলন===
* ''[[বসন্তৰ গান]]'', ১৯৯৯
* কলিকতাৰ চিঠি
* ''[[এজন অসামাজিক কবিৰ বায়’গ্ৰাফীবায়'গ্ৰাফী]]'', ২০০১
* ডায়েৰি
* ''[[কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া]]'' , ২০০৫
* অট’গ্ৰাফ
* ''[[ন' মেনছ লেণ্ড (চুটিগল্পৰ সংকলন)]]''
* [[আমেৰিকান চৰাইখানাত সংবাদ, বসন্ত আৰু বন্ধু]]
 
* অলপ চিন্তা অলপ গদ্য
==='''আত্মজীৱনীমূলক প্ৰবন্ধ সংকলন===ৰচনা'''
* প্ৰিয় মানুহ , প্ৰিয় কথা
* ''[[কলিকতাৰ চিঠি]]'' , ১৯৯৯
{{Multicol-end}}
* ''[[ডায়েৰী (আত্মজীৱনী)|ডায়েৰী]]'', ২০০১
* ''[[অট’গ্ৰাফ]]'', ২০০৪
* ''[[আমেৰিকান চৰাইখানাত সংবাদ, বসন্ত আৰু বন্ধু]]''(ৰচনা)
* ''অলপ চিন্তা অলপ গদ্য'' (সম্পাদকীয় সংগ্ৰহ)
* ''প্ৰিয় মানুহ , প্ৰিয় কথা'', ২০১৩
 
==বঁটা==