মমতা বন্দ্যোপাধ্যায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
48 নং শাৰী:
==জাতীয় কংগ্ৰেছত ৰাজনৈতিক জীৱন==
১৯৭০ দশকতেই কংগ্ৰেছ (আই) দলত যোগদানৰ জৰিয়তে মমতা বেনাৰ্জীয়ে অতি কম বয়সতে ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল। ১৯৭৬-১৯৮০ লৈকে মমতাই মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰূপেও নিৰ্বাচিত হৈছিল আৰু ১৯৪৭ চনৰ লোকসভা নিৰ্বাচনত পশ্চিমবংগৰ যাদৱপুৰ লোকসভাৰ পৰা বৰ্ষীয়ান কমিউনিষ্ট নেতা সোমনাথ চেটাৰ্জীক পৰাজিত কৰি পোন প্ৰথম বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৯৯১ চনৰ নৰসীমা ৰাও মন্ত্ৰীসভাই মমতা বেনাৰ্জীক মানৱ সম্পদ উন্নয়ন, ক্ৰিয়া আৰু যুৱ কল্যাণ তথা শিশু বিকাশৰ ৰাষ্ট্ৰ মন্ত্ৰী হিচাপে মনোনীত কৰে। ১৯৯৩ চনত মমতাৰ পদত্যাগ পত্ৰ গৃহীত হয়।
===২০১৪ চনৰ লোকসভা নিৰ্বাচন===
২০১৪ চনৰ ভাৰতৰ লোকসভা নিৰ্বাচনত মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছে এককভাৱে পশ্চিমবংগত ৩৪ খন লোকসভা আসন লাভ কৰিছিল।
===২০১৬ চনৰ বিধানসভা নিৰ্বাচন===
২০১৬ চনৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে অকলেই ২১১ খন আসন (মুঠ ২৯৪ খন আসনৰ ভিতৰত) দখল কৰি চৰকাৰ গঠন কৰিছিল। তৃণমূল কংগ্ৰেছ প্ৰধান মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত গ্ৰহণ কৰে । <ref> {{cite web |title =...=West Bengal Election Results 2016: TMC storms back to power in Bengal, Cong-Left alliance loses|url=http://www.financialexpress.com/article/india-news/west-bengal-election-results-2016-counting-begins-for-294-assembly-seats/259295/|access-date=3 June 2016|publisher=[[The Financial Express (India)]]|date=20 May 2016|archive-url=https://web.archive.org/web/20160520213107/http://www.financialexpress.com/article/india-news/west-bengal-election-results-2016-counting-begins-for-294-assembly-seats/259295/|archive-url=২০ মে ২০১৬}}</ref>
 
== জনপ্ৰিয় সংস্কৃতিত ==
মমতা বেনাৰ্জীৰ জীৱনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে '' [[বাঘিনী]] '' শীৰ্ষক এখন ছবি। ছবিখনে মুক্তি লাভ কৰিছিল ২০১৯ চনৰ ৩ মে'ত।<ref name="a">{{cite web | title=After Narendra Modi, Baghini: Bengal Tigress evokes Mamata Banerjee| ইউআরএল=https://www.cinestaan.com/articles/2019/apr/15/20107/after-narendra-modi-baghini-bengal-tigress-evokes-mamata-banerjee| access-date=16 April 2019|publisher= Cinestaan}}</ref>