বগীবিল দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
18 নং শাৰী:
}}
 
'''বগীবিল দলং''' [[অসম]]ৰ [[ডিব্ৰুগড় জিলা]]ৰ [[বগীবিল]] নামৰ ঠাইত নিৰ্মাণ কৰিবলৈ লোৱা [[ব্ৰহ্মপুত্ৰ]]ৰ ওপৰৰ চতুৰ্থখন দলং। ১৯৯৭ চনৰ ২২ জানুৱাৰীত [[ব্ৰহ্মপুত্ৰ]]ৰ উত্তৰ পাৰৰ [[চিচিবৰগাওঁ|চিচিবৰগাঁৱৰ]] কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী [[এইচ ডি দেৱেগৌড়া]]ই এই দলঙৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছত ২০০২ চনত সেই সময় ৰসময়ৰ প্ৰধানমন্ত্ৰী [[অটল বিহাৰী বাজপেয়ী]]য়ে দলং নিৰ্মাণৰ শুভাৰম্ভ কৰে আৰু ২৫ ডিচেম্বৰ ২০১৮ চনত প্ৰধানমন্ত্ৰী
[[নৰেন্দ্ৰ মোদি]] ডাঙৰীয়াই শুভাৰম্ভ কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ এই চতুৰ্থখন দলং ৰে'ল আৰু পথ যোগাযোগ ব্যৱস্থা থকা [[ভাৰত]]ৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং হ'ব। দুখলপীয়া দলংখনত ওপৰৰ খাপত তিনিটা লেনযুক্ত পথ থাকিব।<ref>[http://ajirdainikbatori.com/magazine.htm] ঐতিহাসিক যোগীঘোপা আৰু নৰনাৰায়ণ সেতু, প্ৰণৱ কুমাৰ ডেকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২</ref>