অসহযোগ আন্দোলন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
7 নং শাৰী:
ই ব্ৰিটিছ শাসনৰ পৰা [[ভাৰতৰ স্বাধীনতা আন্দোলন|ভাৰতৰ স্বাধীনতাৰ বাবে কৰা এক আন্দোলন]] আছিল আৰু নেহৰুৱে তেওঁৰ আত্মজীৱনীত বৰ্ণনা কৰাৰ দৰে, ২০২২ চনৰ ফেব্ৰুৱাৰীত [[চৌৰী চোৰা ঘটনা]]ৰ পিছত "হঠাৎ" সমাপ্ত হৈছিল।<ref name=Nehru1936p.81>[https://archive.org/details/in.ernet.dli.2015.98834/page/n99 Nehru. ''An Autobiography'' (1936). p.81]</ref> ইয়াৰ পৰৱৰ্তী স্বাধীনতা আন্দোলনসমূহ আছিল [[আইন অমান্য আন্দোলন]] আৰু [[ভাৰত ত্যাগ আন্দোলন]]।
 
হিংসাৰ অবিহনে বা অহিংস নীতিৰে, আন্দোলনকাৰীসকলে ব্ৰিটিছ সামগ্ৰী কিনিবলৈ অস্বীকাৰ কৰিচিল, স্থানীয় হস্তশিল্পৰ ব্যৱহাৰ কৰিছিল আৰু সুৰাৰ দোকানসমূহ বন্ধ কৰি দিছিল।<ref>{{Cite book|last=|first=|url=|title=India and the Contemporary World - II Textbook in History for Class X|publisher=NCERT|year=|isbn=81-7450-707-8|location=|pages=38|chapter=Nationalism in India|chapter-url=https://ncert.nic.in/ncerts/l/jess303.pdf}}</ref> অহিংস নীতি আৰু অহিংসাৰ ধাৰণা, আৰু গান্ধীৰ ভাৰতীয় স্বাধীনতাৰ বাবে সহস্ৰাধিক সাধাৰণ নাগৰিকক সমাৱেশ কৰাৰ সামৰ্থ্যৰ বাবে, প্ৰথমে ১৯২০ চনৰ গ্ৰীষ্মকালত এই আন্দোলন এক বৃহৎ পৰিসৰত দেখা পোৱা গৈছিল। এই আন্দোলন হিংসাত্মক হৈ পৰিব পাৰে বুলি গান্ধীয়ে ভয় কৰিছিল।
 
==তথ্য সংগ্ৰহ==