ডিমাছা ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
No edit summary |
||
31 নং শাৰী:
'''ডিমাছা ভাষা''' ভাৰতৰ অসম বিভিন্ন ঠাইত যেনে, নগাওঁ, কাৰ্বি আংলং, ডিমা হাচাও আৰু নাগালেণ্ড ৰাজ্যৰ ডিমাছা জনগোষ্ঠী সকলৰ
মাতৃভাষা। ডিমাছাসকল ঘাইকৈ ডিমা হাচাও (পূৰ্বৰ উত্তৰ কাছাৰ) জিলাত বাস কৰে৷ ডিমাছাসকল অসমৰ আদিম অধিবাসীসকলৰ অন্যতম৷ ডিমাছাসকল তিব্বত-বৰ্মী শাখাৰ বড়োসকলৰ সৈতে প্ৰায় একেধৰণৰ ফৈদ। 'ডিমাছা' শব্দৰ অৰ্থ হৈছে '
==ডিমাছা ভাষাৰ বৈশিষ্ট্য== ডিমাছাসকলে কোৱা ডিমাছা ভাষাৰ নিজা লিপি নাই। ডিমাছা ভাষা তিব্বত-বৰ্মী ভাষা ফৈদৰ৷ তিব্বত বৰ্মী ভাষাসমূহৰ কিছুমান উমৈহতীয়া বৈশিষ্ট্য দেখা যায়৷ (১) জনজাতিসকলে তেওঁলোকৰ ভাষা নিজৰ জাতিৰ মানুহৰ মাজতে আৱদ্ধ ৰাখে৷ (২) জনজাতিসমূহেৰ ভাষা প্ৰায়ক্ষেত্ৰতে দূৰ্বোধ্য৷ (৩) ভাষাসমূহ সুৰপ্ৰধান৷ (৪) স্বৰবৰ্ণৰ হ্ৰস্ব-দীৰ্ঘৰ ৰূপ সুকীয়া সুকীয়া৷ (৫) এই ভাষাবোৰৰ নিজা লিপি নাই৷ কিছমানে দেৱনাগৰী লিপি আৰু কিছুমানে ৰোমান লিপিৰে নিজৰ ভাষা বৰ্তাই ৰখাৰ চেষ্টা কৰিছে৷ <ref>ভাষাৰ ইতিবৃত্ত, ড° ভীমকান্ত বৰুৱা, পৃ:নং; ১২৬ বনলতা, ২০০২</ref> [[শ্ৰেণী:ভাষা]]
|