ডিমাছা ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
38 নং শাৰী:
* [[স্বৰবৰ্ণ]]ৰ হ্ৰস্ব-দীৰ্ঘৰ ৰূপ সুকীয়া সুকীয়া৷
* এই ভাষাবোৰৰ নিজা লিপি নাই৷ কিছুমানে [[দেৱনাগৰী]] লিপি আৰু কিছুমানে ৰোমান লিপিৰে নিজৰ ভাষা বৰ্তাই ৰখাৰ চেষ্টা কৰিছে৷ <ref>ভাষাৰ ইতিবৃত্ত, ড° ভীমকান্ত বৰুৱা, পৃ:নং; ১২৬ বনলতা, ২০০২</ref>
===আন্তঃভাষিক সম্পৰ্ক===
==ডিমাছা ভাষাৰ গৌৰৱ==
ডিমাছাসকলৰ পূৰ্বপুৰুষসকলে [[উজনি অসম]]ত ৰাজত্ব কৰিছিল৷ তাৰ প্ৰমাণ স্বৰূপে “ডি’’ আখৰযুক্ত নামবোৰে প্ৰমাণ৷ নৈ আৰু ঠাইৰ নামবোৰৰ প্ৰায়বোৰেই ডি-যুক্ত; যেনে: ডিখৌ, ডিমৌ, ডিব্ৰু, ডিবাং আদি অনেক শব্দ আছে৷ [[কছাৰী]] জনগোষ্ঠীৰ আটাইবোৰ ঠালৰ ভিতৰত ডিমাছা ভাষা সুচল৷ ডিমাছা ভাষাই অইন জনজাতীয় ভাষাৰ সহায় নোলোৱাকৈ ভাব প্ৰকাশ কৰিব পাৰে৷ অসমীয়া ভাষাত ডিমাছা ভাষাৰ বহুতো শব্দ-সম্ভাৰ কিছুমান পৰিবৰ্তিত ৰূপত আৰু কিছুমান অবিকল ৰূপত সোমাই আছে৷ <ref>ডিমাছা সমাজৰ ইতিবৃত্ত আৰু লোকাচাৰত এভূমুকি, নিৰূপমা হাগজেৰ, পৃ:নং; ৬৩, ২০০৯ চন</ref>
==ডিমাছা ভাষাৰ অভিধান==