কথা কবিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{stub}}
'''কথা কবিতা''' ঊনৈশ শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি। কোনো আবেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ, ঘাইকৈ কাব্যভাবানুৰঞ্জিত গদ্যত লিখা নাতিদীৰ্ঘ ৰচনাই কথা কবিতা। কথা কবিতাত কেৱল এটা কেন্দ্ৰস্থ ভাৱৰ সমাবেশ ঘটে আৰু ই অলংকাৰ বৰ্জিত। অৱশ্যে কথা কবিতাত ৰূপকৰ সমাবেশ ঘটে। এনে ৰচনাৰ বাবে লেখকৰ মননশীলতা, অনুভূতিশীলতা আৰু ভাষাৰ ওপৰত দখল থকা প্ৰয়োজন। ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভক কথা কবিতাৰ জনক হিচাপে জনা যায়।
 
"https://as.wikipedia.org/wiki/কথা_কবিতা"ৰ পৰা অনা হৈছে