আত্মজীৱনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''আত্মজীৱনী''' ({{lang-en|Autobiography}}) এজন মানুহৰ জীৱনৰ স্ব-লিখিত বিৱৰণ বুলিও কোৱা হয়। ১৭৯৭ চনত ইংৰাজী সাময়িকী ''দ্য মান্থলী ৰিভিউ''ত উইলিয়াম টেইলৰে প্ৰথমবাৰৰ বাবে "আত্মজীৱনী" শব্দটো অৱজ্ঞ...
 
No edit summary
1 নং শাৰী:
'''আত্মজীৱনী''' ({{lang-en|Autobiography}}) এজন মানুহৰ জীৱনৰ স্ব-লিখিত বিৱৰণ বুলিও কোৱা হয়। ১৭৯৭ চনত ইংৰাজী সাময়িকী ''দ্য মান্থলী ৰিভিউ''ত উইলিয়াম টেইলৰে প্ৰথমবাৰৰ বাবে "আত্মজীৱনী" শব্দটো অৱজ্ঞাসূচকভাৱে ব্যৱহাৰ কৰিছিল। যেতিয়া তেওঁ এই শব্দটোক সংকৰ হিচাপে পৰামৰ্শ দিছিল, কিন্তু ইয়াক "পেডান্টিক" বুলি নিন্দা কৰিছিল। কিন্তু বৰ্তমানৰ অৰ্থত ইয়াৰ পৰৱৰ্তী ব্যৱহাৰ কৰিছিল ১৮০৯ চনত ৰবাৰ্ট চাউথীয়ে।<ref>"autobiography", ''[[Oxford English Dictionary]]''</ref>
==তথ্যউৎস==
{{reflist|30em}}
"https://as.wikipedia.org/wiki/আত্মজীৱনী"ৰ পৰা অনা হৈছে