অপভ্ৰংশ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
5 নং শাৰী:
পালি ভাষাক সামৰি লোৱা প্ৰাকৃত শব্দটো উত্তৰ ভাৰতৰ স্থানীয় ভাষাৰ বাবেও এক প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হয়। এই ভাষাসমূহ সম্ভৱতঃ চতুৰ্থৰ পৰা অষ্টম শতিকাৰ শেষৰ ফালে কোৱা হৈছিল। কিন্তু কিছুসংখ্যক পণ্ডিতে সমগ্ৰ মধ্য ইণ্ডো-আৰ্য যুগৰ বাবে এই শব্দটো ব্যৱহাৰ কৰে। মধ্য ইণ্ডো-আৰ্য ভাষাসমূহ ক্ৰমান্বয়ে অপভ্ৰংশ উপভাষালৈ ৰূপান্তৰিত হয়। এইসমূহ প্ৰায় ত্ৰয়োদশ শতিকালৈকে ব্যৱহাৰ কৰা হৈছিল। অপভ্ৰংশসমূহে পৰৱৰ্তী সময়ত আধুনিক ইণ্ডো-আৰ্য ভাষালৈ বিকাশ লাভ কৰে। এই সময়ছোৱাৰ সীমা কিছু পৰিমাণে ধূসৰ। ই স্পষ্ট ৰূপত কালক্ৰমিক নহয়। আধুনিক উত্তৰ ভাৰতীয় ভাষাসমূহে প্ৰায় একাদশ শতিকাৰ আশে-পাশে এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ আৰম্ভ কৰিছিল বুলি ধাৰণা কৰা হয়। ইয়াৰ বিপৰীতে অপভ্ৰংশসমূহ তেতিয়াও ব্যৱহৃত হৈ আছিল। দ্বাদশ শতিকাৰ শেষৰ ফালে এইসমূহে সম্পূৰ্ণ সুকীয়া ৰূপ একোটা লাভ কৰিছিল।
জৈন পুথিভঁৰালসমূহত যথেষ্ট পৰিমাণৰ অপভ্ৰংশ সাহিত্য পোৱা গৈছে। [[আমিৰ খুছৰো]] আৰু [[কবীৰ|কবীৰে]] আধুনিক হিন্দী ভাষাৰ সৈতে প্ৰায় মিল থকা ভাষাত লিখি থকাৰ সময়তে বহু কবিয়ে বিশেষকৈ হিন্দু ৰজাৰ শাসনত থকা অঞ্চলবোৰত অপভ্ৰংশত সাহিত্য ৰচনা কৰি আছিল। এই লেখকসকলৰ ভিতৰত কামৰূপৰ চাৰাহা, তিলোপা আৰু কান্হা (চৰ্যাপদৰ ৰচয়িতাসকলৰ অন্যতম); ধৰ অঞ্চলৰ (বৰ্তমানৰ মধ্যপ্ৰদেশ) দেৱসেন (খ্ৰীষ্টীয় নৱম শতিকা); মান্যাখেতৰ (বৰ্তমান কৰ্ণাটক) পুষ্পদন্ত (খ্ৰীষ্টীয় নৱম শতিকা); ধনপাল; মুনি ৰামসিংহ; পাটানৰ (বৰ্তমানৰ গুজৰাট) হেমাচন্দ্ৰ; আৰু গোৱালিয়ৰৰ ৰাইঘু<ref>{{cite journal |author=Phyllis Granoff |author
আপভ্ৰংশৰ ব্যৱহাৰৰ এটা প্ৰাচীন উদাহৰণ হ’ল [[কালিদাস|কালিদাসৰ]] ''বিক্ৰমোৰ্বশীয়ম'' নামৰ নাট্য। ইয়াত পুৰুৰৱে অৰণ্যত থকা জীৱ-জন্তুবোৰক তেওঁৰ নিৰুদ্দেশ হোৱা প্ৰিয়জনৰ বিষয়ে অপভ্ৰংশত সুধিছিল। অপভ্ৰংশত কৰা সাহিত্য ৰচনা অষ্টাদশ শতিকালৈকে চলি আছিল। সেই সময়ত ভগৱতীদাসে ''মিগনকলহ চাৰিউ'' ৰচনা কৰিছিল।<ref name="Apabhramsha Sahitya 2003"/>
|