জীৱনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
জীৱনী ({{lang-en|Biography}}) হৈছে এজন ব্যক্তিৰ জীৱনৰ বিশদ বিৱৰণ। জীৱনীত শিক্ষা, কৰ্ম, সম্পৰ্ক, মৃত্যু আদি মৌলিক তথ্যবোৰতকৈ অধিক জড়িত হৈ আছে। ইয়াত এজন ব্যক্তিৰ এই জীৱনৰ পৰিঘটনাবোৰৰ অভিজ্ঞতাক চিত্ৰিত কৰা হৈছে। জীৱনীমূলক ৰচনাবোৰ সাধাৰণতে অ-কল্পকাহিনী হয় যদিও [[কল্পকাহিনী]]ৰ সহায়ত এজন ব্যক্তিৰ জীৱনক চিত্ৰিত কৰিব পাৰি। জীৱনীমূলক সামৰি লোৱাৰ এটা গভীৰ ৰূপক ''লিগেচি ৰাইটিং'' বোলা হয়। সাহিত্যৰ পৰা চলচ্চিত্ৰলৈকে বৈচিত্ৰময় মাধ্যমৰ ৰচনাই জীৱনী নামেৰে জনাজাত ধাৰাটো গঠন কৰে।
 
কোনো বিষয় বা কোনো বিষয়ৰ উত্তৰাধিকাৰীসকলৰ অনুমতি, সহযোগিতা আৰু কেতিয়াবা অংশগ্ৰহণ কৰি এখন অনুমোদিত জীৱনী লিখা হয়। আনহাতে [[আত্মজীৱনী]] ৰচনা কৰে ব্যক্তিজনে নিজেই,নিজেই। অৱশ্যে কেতিয়াবা কোনো সহযোগী বা লেখকৰ সহায়ত।সহায়তো আত্মজীৱনী লিখা হয়।
 
==ইতিহাস==
প্ৰথমতে জীৱনীমূলক লেখাবোৰক কেৱল ইতিহাসৰ এটা উপখণ্ড হিচাপেহে গণ্য কৰা হৈছিল য’ত ঐতিহাসিক গুৰুত্বপূৰ্ণ কোনো বিশেষ ব্যক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। সাধাৰণ ইতিহাস লেখাৰ পৰা পৃথক হিচাপে স্বতন্ত্ৰ জীৱনী ধাৰাটোৱে ১৮ শতিকাত আত্মপ্ৰকাশ কৰিবলৈ আৰম্ভ কৰে আৰু ২০ শতিকাৰ প্ৰান্তিকত সমসাময়িক ৰূপত উপনীত হয়। {{sfn|Kendall}}
"https://as.wikipedia.org/wiki/জীৱনী"ৰ পৰা অনা হৈছে