অসহযোগ আন্দোলন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
5 নং শাৰী:
গান্ধীৰ অসহযোগ আন্দোলনৰ পৰিকল্পনাৰ ভিতৰত আছিল সকলো ভাৰতীয়ক ব্ৰিটিছ উদ্যোগ আৰু শিক্ষা প্ৰতিষ্ঠানকে ধৰি "ব্ৰিটিছ চৰকাৰ আৰু ভাৰতৰ অৰ্থনীতি বৰ্তাই ৰখা" যিকোনো কাৰ্যকলাপৰ পৰা তেওঁলোকৰ শ্ৰম প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰা।<ref name=Ghosh2017>{{Cite web|url=https://www.cambridge.org/core/books/gentlemanly-terrorists/reforms-of-1919-montaguchelmsford-the-rowlatt-act-jails-commission-and-the-royal-amnesty/D97CA2DF6D0AEBDD9AD2066DB1504C04/core-reader#|title=The Reforms of 1919: Montagu–Chelmsford, the Rowlatt Act, Jails Commission, and the Royal Amnesty|last=Ghosh|first=Durba|date=July 2017|website=Gentlemanly Terrorists: Political Violence and the Colonial State in India, 1919–1947|language=en|url-status=live|archive-url=|archive-date=|access-date=4 September 2019}}</ref> খাদী যতৰ ঘুৰাই, কেৱল ভাৰতীয় নিৰ্মিত সামগ্ৰী ক্ৰয় কৰি আৰু ইংৰাজী কাপোৰ বৰ্জন কৰি "আত্মনিৰ্ভৰশীলতা" প্ৰচাৰ কৰাৰ উপৰিও, তুৰ্কীত খিলাফৎ পুনৰুদ্ধাৰ আৰু অস্পৃচ্ছতাৰ সমাপ্তিৰ পক্ষেও গান্ধীৰ অসহযোগ আন্দোলনে মাত মাতিছিল। ফলস্বৰূপে ৰাজহুৱাভাৱে সভা আৰু অনশন (হৰতাল) অনুষ্ঠিত হৈছিল যাৰ ফলত ১৯২১ চনৰ ৬ ডিচেম্বৰত জৱাহৰলাল নেহৰু আৰু তেওঁৰ পিতৃ মতিলাল নেহৰু দুয়োকে প্ৰথম আটক কৰা হৈছিল।<ref name=Tharoor2003p.41-42>Tharoor, ''Nehru: The Invention of India'' (2003) p.41-42</ref>
 
ই ব্ৰিটিছ শাসনৰ পৰা [[ভাৰতৰ স্বাধীনতা আন্দোলন|ভাৰতৰ স্বাধীনতাৰ বাবে কৰা এক আন্দোলন]] আছিল আৰু নেহৰুৱে তেওঁৰ আত্মজীৱনীত বৰ্ণনা কৰাৰ দৰে, ২০২২১৯২২ চনৰ ফেব্ৰুৱাৰীত [[চৌৰী চোৰা ঘটনা]]ৰ পিছত "হঠাৎ" সমাপ্ত হৈছিল।<ref name=Nehru1936p.81>[https://archive.org/details/in.ernet.dli.2015.98834/page/n99 Nehru. ''An Autobiography'' (1936). p.81]</ref> ইয়াৰ পৰৱৰ্তী স্বাধীনতা আন্দোলনসমূহ আছিল [[আইন অমান্য আন্দোলন]] আৰু [[ভাৰত ত্যাগ আন্দোলন]]।
 
হিংসাৰ অবিহনে বা অহিংস নীতিৰে, আন্দোলনকাৰীসকলে ব্ৰিটিছ সামগ্ৰী কিনিবলৈ অস্বীকাৰ কৰিচিল, স্থানীয় হস্তশিল্পৰ ব্যৱহাৰ কৰিছিল আৰু সুৰাৰ দোকানসমূহ বন্ধ কৰি দিছিল।<ref>{{Cite book|last=|first=|url=|title=India and the Contemporary World - II Textbook in History for Class X|publisher=NCERT|year=|isbn=81-7450-707-8|location=|pages=38|chapter=Nationalism in India|chapter-url=https://ncert.nic.in/ncerts/l/jess303.pdf}}</ref> অহিংস নীতি আৰু অহিংসাৰ ধাৰণা, আৰু গান্ধীৰ ভাৰতীয় স্বাধীনতাৰ বাবে সহস্ৰাধিক সাধাৰণ নাগৰিকক সমাৱেশ কৰাৰ সামৰ্থ্যৰ বাবে, প্ৰথমে ১৯২০ চনৰ গ্ৰীষ্মকালত এই আন্দোলন এক বৃহৎ পৰিসৰত দেখা পোৱা গৈছিল। এই আন্দোলন হিংসাত্মক হৈ পৰিব পাৰে বুলি গান্ধীয়ে ভয় কৰিছিল ।
 
==তথ্য সংগ্ৰহ==