ৱিকিপিডিয়া:Sandbox: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

177.73.98.26 (আলোচনা)-ই কৰা 325759 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
{{Please leave this line alone (sandbox heading)}}
<!-- এই শাৰীটোৰ তলত লিখক। -->
'''হেমচন্দ্ৰ গোস্বামী''' (ইংৰাজী: Hemchondra Guswami 1957-)
একাধাৰে শিক্ষক, প্ৰখ্যাত মুখাশিল্পী, ভাস্কৰ্যশিল্পী। অসমৰ মুখাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অবিস্মৰণীয় বৰঙণি আগবঢ়াই আহিছে।
 
 
==জন্ম==
জন্ম- হেমচন্দ্ৰ গোস্বামীৰ জন্ম হয় মাজুলী জিলাৰ চামগুৰি সত্ৰত ১৯৫৮চনৰ ০১ মাৰ্চ তাৰিখে।
পিতৃ- স্বৰ্গীয় ৰুদ্ৰকান্ত দেৱ গোস্বামী।
মাতৃ- স্বৰ্গীয়া গগণেশ্বৰী গোস্বামী।
 
==শিক্ষা:==
প্ৰাথমিক- চামগুৰি সত্ৰ প্ৰাথমিক বিদ্যালয়।
মাধ্যমিক-চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়।
প্ৰাক্ স্নাতক শিক্ষা অসম্পূৰ্ণ
 
==কৰ্ম জীৱন:==
চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰিকৰী আৰু বিত্তিমুখি শাখাত শিক্ষকতা কৰি চনত অৱসৰ গ্ৰহণ ।
সাংস্কৃতিক পৰিৱেশত জন্ম লাভ কৰা হেমচন্দ্র গোস্বামীয়ে সৰুৰে পৰাই শিল্প সাধনাত জড়িত হৈ পৰে। বিশেষকৈ অসমৰ মুখাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অবিস্মৰণীয় বৰঙণি আগবঢ়াই আহিছে। বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰাৰ উপৰিও তেখেতে নিজ গৃহতে বহুতো যুৱকক মুখাশিল্পৰ শিক্ষা প্ৰদান কৰি আহিছে। যাৰ জৰিয়তে শিল্প সাধনাৰ লগতে বহুতো পৰিয়াল আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিছে।
Line 20 ⟶ 21:
 
 
==শিল্পকৰ্মৰাজি:==
কৰ্মশালা
১। ১৯৮০ চনত অসমৰ এগৰাকী প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱৰ সযোগহত গুৱাহাটীত এমহীয়া মূখাকৰ্মশালা দিয়া হয়।
Line 41 ⟶ 42:
২/ ২০১০ বৰ্ষত আমেৰিকাস্থিত প্ৰবাসী অসমীয়া ৰূপম শৰ্মাৰ দ্বাৰা পৰিচালিত তথা হলিউডৰ বঁটা প্ৰাপ্ত " In Search of God"ত " অনাদি পতন"ৰ বালিৰ ভাস্কৰ্য আৰু মুখাৰ প্ৰদৰ্শন হয়।
 
==অন্যান্য কৰ্মৰাজি:==
 
বাঁহৰ তোৰণ
Line 49 ⟶ 50:
৪/ ২০১৪ বৰ্ষত অসম সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা মহাবাহু মহোৎসৱত বালিৰ ভাস্কৰ্য তৈয়াৰ কৰে।
 
==সংগ্ৰহালয়ত সংৰক্ষিত শিল্পৰাজি:==
 
হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা নিৰ্মিত মুখাসমূহ বিশ্বৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত হৈ আছে। যেনে-
Line 62 ⟶ 63:
এইসমূহৰ উপৰিও গোস্বামীদেৱে মাজুলীৰ সমগ্ৰ সত্ৰসমূহ, নামঘৰসমূহ, অসমৰ বিভিন্ন প্ৰান্তৰ নামঘৰসমূহৰ কাঠ আৰু চিমেণ্টৰ সিংহাসন, গৰুড়াসন, ময়ূৰাসন, বিভিন্ন ধৰণৰ তোৰণ নিৰ্মাণ কৰিছে। গড়মূৰ সত্ৰৰ প্ৰৱেশদ্বাৰৰ নামসিংহযুক্ত‌ দুখন বৃহৎ আকাৰৰ তোৰণ আৰু মাজুলীৰ পীতাম্বৰ দেৱ গোস্বামী উদ্যানৰ ভাস্কৰ্যসমূহ এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য।
 
==প্ৰাপ্ত বঁটা,সন্মান:==
 
১/ "শিল্প মেৰু বঁটা"।
Line 71 ⟶ 72:
৫/ ২০১৮ চনৰ গণৰাজ্য দিৱসৰ প্ৰতীক পদত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি মুখাশিল্পৰ জৰিয়তে দ্বিতীয় স্থান লাভ কৰা হয়।
৬/কলা-সংস্কৃতি বঁটা।
ইয়াৰ উপৰিও বিভিন্ন ৰাষ্ট্ৰীয়,আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ দ্বাৰা গোস্বামীদেৱ সন্মানীত হৈ আহিছে।<ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত</ref>