উত্তৰ-পূব ভাৰত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
Fix spelling
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
27 নং শাৰী:
[[File:Assam in 1950s.png|thumb|left|200px|১৯৫০ চনত অসম ৰাজ্যৰ মানচিত্ৰ]]
 
'''উত্তৰ-পূব ভাৰত''' বুলিলে [[ভাৰত]]ৰ একেবাৰে পূবদিশত থকা [[সাতভনী ৰাজ্যসমূহ]], [[ছিক্কিম]] আৰু [[উত্তৰ বঙ্গবংগ]]ৰ কিছু অংশক ([[দাৰ্জিলিং]], [[জলপাইগুৰি]] আৰু [[কোচবিহাৰ]] জিলা) বুজোৱা হয়। গোষ্ঠীগতভাৱে এই অংশ ভাৰতৰ আন ঠাইতকৈ পৃথক। [[পূব এছিয়া]] আৰু [[দক্ষিণ-পূব এছিয়া]]ৰ লগত ইয়াৰ জাতিগত আৰু সাংস্কৃতিক মিল আছে, আৰু সংস্কৃতকৰণৰ পৰা আঁতৰত থকা কুকি বা অন্যান্য কিছুমান জনগোষ্ঠীও দেখিবলৈ পোৱা যায়। ভাষাতাত্ত্বিক দিশৰ পৰা এই অঞ্চলত তিব্বতীয়-বাৰ্মীয় ভাষাৰ প্ৰভাৱ দেখা যায়। এই আঠখন ৰাজ্যক অধিকাৰিকভাৱে এটা সুকীয়া শ্ৰেণীৰ স্বীকৃতি দিয়া হৈছে: [[উত্তৰ পূব পৰিষদ]] (North Eastern Council-NEC)<ref>[http://necouncil.nic.in/ North East Council]</ref> ১৯৭১ চনত উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থিক আৰু সামাজিক উন্নয়নৰ বাবে গঠন কৰা হয়; North Eastern Development Finance Corporation Ltd (NEDFi)<ref>[http://www.nedfi.com/about_nedfi.htm North Eastern Development Finance Corporation Ltd.]</ref> গঠন কৰা হয় ১৯৯৫ চনৰ ৯ আগষ্টত, আৰু ২০০১ চনৰ চেপ্টেম্বৰত Ministry of Development of Northeastern Region (DoNER)<ref>[http://mdoner.gov.in/ Ministry of Development of Northeastern Region]</ref><ref>[http://www.northeastvigil.in/facts/?p=116 Ministry of Development of Northeastern Region] from [http://www.northeastvigil.in Northeast Vigil]</ref> গঠন কৰা হয়।
 
উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত ছিক্কিমে ১৯৪৭ চনত ভাৰতৰ অধীনস্থ ৰাজ্য আৰু ১৯৭৫ চনৰ পূৰ্ণাঙ্গ ৰাজ্যৰ স্বীকৃতি পায়। ২১-৪০ কি:মি: গড় প্ৰস্থতাৰ [[পশ্চিম বঙ্গবংগ]]ৰ শিলিগুৰি ক'ৰিডৰে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ আন ঠাইৰ লগত সংযোগ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰক ২০০০তকৈও অধিক কি:মি: দৈৰ্ঘ্যৰ সীমাই আন দেশ যেনে- [[নেপাল]], [[চীন]], [[ভূটান]], [[ম্যানমাৰ]] আৰু [[বাংলাদেশ]]ৰ পৰা পৃথক কৰিছে।
[[File:SevenSisterStates as.svg|thumb|left|200px|উত্তৰ-পূব ভাৰতৰ সাতভনী ৰাজ্যসমূহ]]
<!--