মাধৱদেৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
25 নং শাৰী:
বৰদোৱাত থকাৰ কালতে কছাৰীসকলৰ উপদ্ৰৱত থাকিব নোৱাৰি শংকৰদেৱৰ লগতে মহোদৰ ভূঞাও উত্তৰ পাৰলৈ উঠি আহিল। উত্তৰ পাৰলৈ আহি থাকোঁতে বাটতে অসম ৰজাৰ উজীৰ হৰশিঙা বৰাই লগ পাই দুয়োকে লগতে লৈ আহিল। উজীৰৰ নাৱৰ মাজীজনৰ নাম আছিল গোবিন্দ। তেখেতৰ ঘৰ আছিল 'ঘাগৰবালি' নামে ঠাইত। সেয়েহে তেখেতে 'ঘাগৰী মাজী' নামেৰেও প্ৰখ্যাত আছিল। নাৱতে ঘাগৰী মাজীৰ লগত হোৱা মহোদৰ ভূঞাৰ বন্ধুত্বই এসময়ত সখিত্বত পৰিণত হ'ল। মহোদৰ আতাক হৰশিঙা উজীৰে ঘৰতে দাস-দাসী দি থাকিবলৈ সুবিধা কৰি দিলে।
 
পিছত তেওঁলোকে উজীৰৰ ঘৰৰ কাষতে সুকীয়াকৈ এখন ঘৰ পাতি থাকিবলৈ ল'লে। হৰশিঙা উজীৰৰ এই ঘৰতে ১৪১১১৪৮৯ শকৰ জেঠ মাহৰ ৰবিবাৰে ৰাতি দুপৰত মাধৱদেৱৰ জন্ম হয়।<ref name="মাধৱদেৱ">{{cite book | title=আমাৰ মাধৱদেৱ | publisher=বনলতা | author=পাৰ্থপ্ৰতীম শৰ্মা| year=২০০৮ | pages=২১}}</ref><ref>Maheshwar Neog (1980). Early History of the Vaishnava Faith and Movement in Assam. Delhi: Motilal Banarasidass.</ref> মাধৱদেৱৰ ককায়েকৰ নাম আছিল [[দামোদৰ]] আৰু ভনীয়েকৰ নাম আছিল [[ঊৰ্বশী]]। এই ঊৰ্বশীৰ স্বামীৰ নাম আছিল [[ৰাম দাস]]।
 
==মণি-কাঞ্চণ সংযোগ==
"https://as.wikipedia.org/wiki/মাধৱদেৱ"ৰ পৰা অনা হৈছে