২ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

22 নং শাৰী:
* ৪৯০ খ্ৰীষ্টপূৰ্ব - ফেইডিপাইডছ, গ্ৰীক বীৰ আৰু আধুনি্ক মাৰাথনৰ অনুপ্ৰেৰক।
* ১৮৬৫ - ছাৰ ৱিলিয়াম ৰ'ৱান হেমিল্টন, আইৰিছ পদাৰ্থ বিজ্ঞানী।
* ১৯৩৭ - পিয়েৰ ডি কোবাৰ্টিন, ফৰাচী শিক্ষাবিদ, আধুনিক অলিম্পিকৰ পিতৃ পৰুষ।
* ১৯৫২ - [[বেণী মাধব দাস]], বাংলা পণ্ডিত, শিক্ষক আৰু ব্ৰিটিছ ভাৰতৰ দেশপ্ৰেমী ব্যক্তি।
* ১৯৬৯ - হো চি মিন, ভিয়েটনামৰ কমিউনিষ্ট বিপ্লৱী আৰু উত্তৰ ভিয়েটনামৰ ৰাষ্ট্ৰপতি।
* ২০০১ - ক্ৰিষ্টিয়ান বাৰ্নাৰ্ড, দক্ষিণ আফ্ৰিকাৰ চিকিৎসা বিজ্ঞানী, বিশ্বৰ প্ৰথম এজন মানুহৰ পৰা আন এজন মানুহৰ দেহলৈ হৃদযন্ত্ৰ স্থাপন কৰোঁতা।