পোহৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{stub}}
[[File:The sun1.jpg|thumb|250px|[[সূৰ্য্যসূৰ্য]] পৃথিবীৰ[[পৃথিৱী]]ৰ পৰাপ্ৰধান পোহৰৰ প্ৰধান উত্সউৎস]]
'''পোহৰ''' বা '''দৃশ্যমান পোহৰ''' বা '''আলোক''' হৈছে মানুহৰ [[চকু]]ৰ বাবে সংবেদনশীল [[বিদ্যুত চুম্বকীয় বর্ণালী]]]ৰ দৃশ্যমান অংশ। দৃশ্যমান পোহৰৰ [[তৰংগদৈর্ঘ্য]]ৰ পৰিসৰ হৈছে- প্ৰায় ৩৮০ বা ৪০০ [[নেন'মিটাৰ]]ৰ পৰা প্ৰায় ৭৬০ বা ৭৮০ [[নেন'মিটাৰ]] আৰু [[কম্পনাংক]]ৰ পৰিসৰ হৈছে- প্ৰায় ৪০৫ হাৰ্টজৰ পৰা ৭৯০ হাৰ্টজৰ ভিতৰত ।ভিতৰত। [[পদাৰ্থবিজ্ঞান]]ৰ সংজ্ঞাত পোহৰ শব্দটোৰ দ্বাৰা মানুহৰ চকুৰ বাবে অদৃশ্য [[অৱলোহিত]] (নিম্ন কম্পনাংক) আৰু [[অতি বেঙুনীয়া]] (উচ্চ কম্পনাংক) অঞ্চলৰ নিকটৱৰ্তী বিকিৰণক সামৰি লোৱা হয়।
 
পোহৰৰ প্ৰাথমিক ধৰ্মবোৰ হৈছে- তীব্ৰতা, পৰিভ্ৰমণৰ দিশ, কম্পনাংক বা তৰংগদৈৰ্ঘ্যৰ বৰ্ণালী আৰু ধ্ৰুৱীয়তা, শূণ্যত ইয়াৰ বেগ হৈছে ২০,৯৭,৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড। বিশেষ [[আপেক্ষিকতাবাদ সূত্ৰ]] অনুসৰি ই মহাবিশ্বত যিকোনো শক্তি, পদাৰ্থ বা তথ্যই পাবপৰা সৰ্বোচ্ছ বেগ। ই পদাৰ্থবিদ্যাৰ এক অত্যন্ত প্রয়োজনীয় ধ্রুবক আৰু সাধাৰণতে ইয়াক ইংৰাজী "c" আখৰেৰে সূচিত কৰা হয়।
 
পোহৰ '[[ফ'টন]]' নামৰ কিছুমান সূক্ষ্ম 'গোট' বা এককৰ জৰিয়তে বিকিৰিত আৰু অৱশোষিত হয়। পোহৰে তৰংগ আৰু কণা- এই দুই ধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰে। এই বিশেষ ধৰ্মক তৰংগ-কণা দ্বৈত ধৰ্ম বুলি কোৱা হয় ।হয়। পোহৰৰ বিষয়ে অধ্যয়নক '[[আলোকবিজ্ঞান]]' বোলা হয় আৰু আধুনিক [[পদাৰ্থবিজ্ঞান]]ত গৱেষণাৰ এক উল্লেখযোগ্য ক্ষেত্ৰ।
 
 
[[শ্ৰেণী:পদাৰ্থ বিজ্ঞান]]
 
[[en:Light]]
"https://as.wikipedia.org/wiki/পোহৰ"ৰ পৰা অনা হৈছে