জম্মু আৰু কাশ্মীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2409:4072:6C17:113B:2922:DEE8:DBAC:2C7B (আলোচনা)-ই কৰা 332494 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
40 নং শাৰী:
| government_footnotes = {{ref|leg|[*]}}
| governing_body = {{nowrap|[[জম্মু আৰু কাশ্মীৰ চৰকাৰ]]}}
| leader_title =Lieutenant ৰাজ্যপাল
| leader_name = manojনৰিন্দৰ sinhaনাথ ব’হৰা
| leader_title1 = [[Chief Ministers of Assam|মুখ্য  মন্ত্ৰী]]
| leader_name1 = মুফ্টি ম’হম্মদ চয়ীড (পি.ডি.পি.)
| leader_name1 = Vacant
| leader_title2 = আইনসভা
| leader_name2 = ৮৯ + ৩৬ আসন
77 নং শাৰী:
| footnotes =
}}
'''জম্মু আৰু কাশ্মীৰ''' ({{Lang-en|Jammu and Kashmir}})<ref>{{Citation |last=Jones |first=Daniel |author-link=Daniel Jones (phonetician) |title=English Pronouncing Dictionary |editors=Peter Roach, James Hartmann and Jane Setter |place=Cambridge |publisher=Cambridge University Press |orig-year=1917 |year=2003 |isbn=3-12-539683-2 }}</ref> [[ভাৰত]]ৰ unionসকলোতকৈ territoryউত্তৰত অৱস্থিত ৰাজ্য। [[হিমালয়]] পৰ্বমালাত ৰাজ্যখনৰ অধিকাংশ অৱস্থিত, ৰাজ্যখনৰ চাৰিসীমাত ভাৰতৰ আন দুখন ৰাজ্য হিমাচল প্ৰদেশ আৰু [[পঞ্জাব, ভাৰত|পঞ্জাব]] আছে, ৰাজ্যখনৰ উত্তৰ পূৱ দিশত আছে চীন দেশ, লাইন অৱ কণ্ট্ৰলে ৰাজ্যখনক পশ্ছিম দিশত পাকিস্তান অধিকৃত কাশ্মীৰ আৰু উত্তৰ-পশ্ছিম দিশত পাকিস্তানৰ গিলগিট-বল্টিষ্টান প্ৰদেশৰ পৰা পৃথক কৰিছে। ভাৰতীয় সংবিধানৰ দফা ৩৭০ৰ অনুসৰি জম্মু আৰু কাশ্মীৰ এখন শ্বায়ত্ব শাসিত ৰাজ্য, আৰু ইয়াৰ অধীনত ৰাজ্যখনে আন ৰাজ্যৰ তুলনাত কিছুমান বিশেষ ক্ষমতা লাভ কৰে।<ref>http://timesofindia.indiatimes.com/india/What-is-Article-370-Three-key-points/articleshow/35678708.cms</ref><ref>{{cite news |url=http://news.bbc.co.uk/2/shared/spl/hi/south_asia/03/kashmir_future/html/default.stm |title=In Depth-the future of Kashmir |publisher=BBC News |date= |accessdate=16 April 2013}}</ref>
 
স্বাধীনতাৰ পূৰ্বৰ ব্ৰিটিছ শাসিত জম্মু আৰু কাশ্মীৰ প্ৰিন্সলি প্ৰদেশৰ অধিকাৰকলৈ পাছৰ সময়ত ভাৰত,পাকিস্তান আৰু চীনৰ মাজত বহুবাৰ বিবাদ হৈছে, আৰু এইসমূহৰ সম্পূৰ্ণ সমাধান এইপৰ্যন্ত হোৱা নাই। পাকিস্তানে নিজৰ বুলি দাবী কৰা ভাৰতৰ নিয়ন্ত্ৰণাধীন<ref>{{cite web |url=http://www.pakun.org/kashmir/history.php |title=Kashmir – Pakistan Mission to UN |publisher=Pakun.org |date= |accessdate=16 April 2013}}</ref> কাশ্মীৰৰ ভূখণ্ডক "ভাৰত অধিকৃত কাশ্মীৰ" বুলি অভিহিত কৰে। আনহাতেদি ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাই কাশ্মীৰৰ এই অংশক "ভাৰতীয় শাসনাধিস্থ কাশ্মীৰ" বুলি ক’ব খোজে।<ref>{{cite web |url=http://www.unhchr.ch/huricane/huricane.nsf/view01/1058F3E39F77ACE5C12574B2004E5CE3?opendocument|title=OHCHR calls for restraint in Indian-administered Kashmir|date=27 August 2008|work=United Nations|accessdate=19 July 2011}}</ref> পাকিস্তানৰ নিয়ন্ত্ৰণাধীন কাশ্মীৰৰ অংশক ভাৰতত ভিতৰত "পাক অধিকৃত কাশ্মীৰ (PoK)", পাকিস্তানত "আজাদ (স্বাধীন) জম্মু আৰু কাশ্মীৰ" আৰু সধাৰণ ভাবে "পাকিস্তান শাসনাধিস্থ কাশ্মীৰ" বুলি জনা যায়।<ref>{{cite web |url= http://ibnlive.in.com/news/no-militant-returned-from-pakistan-occupied-kashmir-officially/378181-3-245.html |title=No militant returned from Pakistan occupied Kashmir officially |publisher=Ibnlive.in.com |date= |accessdate=16 April 2013}}</ref><ref>{{cite web |url= http://www.neurope.eu/blog/pakistan-s-manipulation-status-gilgit-baltistan |title=Pakistan's Manipulation of the status of Gilgit- Baltistan &#124; New Europe |publisher=Neurope.eu |date=24 March 2013 |accessdate=16 April 2013}}</ref><ref>{{cite web |url= http://www.sunday-guardian.com/analysis/china-makes-its-presence-felt-in-pak-occupied-kashmir |title=China makes its presence felt in Pak occupied Kashmir |publisher=Sunday-guardian.com |date= |accessdate=16 April 2013}}</ref><ref>{{cite web |url= http://www.idsa.in/strategicanalysis/37_1/Pakistan-OccupiedKashmironthePeriphery |title=Pakistan-Occupied Kashmir on the Periphery &#124; Institute for Defence Studies and Analyses |publisher=Idsa.in |date= |accessdate=16 April 2013}}</ref><ref>[http://www.tandfonline.com/doi/abs/10.1080/09700161.2013.737594?journalCode=rsan20 Pakistan-Occupied Kashmir on the Periphery]. Priyanka Singh. Strategic Analysis. Vol. 37, Iss. 1, 2013</ref> চীনৰ নিয়ন্ত্ৰণাধীন কাশ্মীৰৰ অংশক আক্‌চাই চীন বুলি জনা যায়।
84 নং শাৰী:
 
<!-- ==ইতিহাস== -->
 
==জলবায়ু আৰু ভূগোল==
জম্মু আৰু কাশ্মীৰ বহুবোৰ উপত্যকা থকা এখন প্ৰদেশ, ইয়াৰ মুখ্য উপত্যকাসমূহ হৈছে, কাশ্মীৰ উপত্যকা, তাৱী উপত্যকা, চেনাব উপত্যকা, পুঞ্চ উপত্যকা আৰু চিন্দ উপত্যকা। প্ৰধান উপত্যকা কাশ্মীৰ {{convert|100|km|mi|abbr=on}} বহল আৰু ইয়াৰ মাটিকালি {{convert|15520.3|km2|sqmi|abbr=on}}। হিমালয় পৰ্বতে কাশ্মীৰ উপত্যকাক লাডাখৰ পৰা পৃথক কৰি ৰাখিছে, আনহাতেদি পিৰ-পানজল পৰ্বতমালাই কাশ্মীৰ উপত্যকাক উত্তৰ ভাৰতৰ বিশাল সমতলভূমিৰ পৰা পৃথক কৰিছে। হিমালয়ৰ মূল পৰ্বতমালা কাশ্মীৰ উপত্যকাৰ উত্তৰ-পূৱ অংশজুৰি বিস্তৃত। ঘন জনবসতিপূৰ্ণ আৰু সুন্দৰ কাশ্মীৰ উপত্যকা সাগৰ পৃষ্ঠৰ পৰা {{convert|1850|m|ft}} উচ্চতাত অৱস্থিত, পিৰ-পানজল পৰ্বতমালাৰ গড় উচ্চতা {{convert|5000|m|ft}}।