কোষ (জীৱবিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
106 নং শাৰী:
==বাহ্যিক সংযোগ==
 
[[শ্ৰেণী:কোষ]]প্ৰাণী কোষত কিছুমান প্ৰকাৰভাগ আছে।গলজি সংঘ,কোষাবৰন, কোষকেন্দ্ৰ,কোষপ্ৰৰস,লাইছ'জম,ৰাইব'জম ইত্যাদি।ইত্যাদি।অন্ত: প্ৰৰসীয় জালিকা আৱৰণী যুক্ত নলীকা আৰু মোনা যে গঠিত বৃহৎ জালিকা।অন্ত:প্ৰৰসীয় জালিকাৰ আৱৰণৰ গঠন কোষাবৰনৰ সৈতে প্ৰায় একে।এই বিলাক দুই প্ৰকাৰৰ__অমসৃণ অন্ত: প্ৰৰসীয় জালিকা(RER) আৰু মসৃণ অন্ত: প্ৰৰসীয় জালিকা (SER)। আৰ.ই.আৰ. বিলাক অণুবীক্ষণ যন্ত্ৰৰ যোগেদি নিৰীক্ষণ কৰিলে সেইবিলাক খহতা যেন দেখি কাৰন সিঁহতৰ আৱৰণত ৰাইবজম নামৰ কণা সংলগ্ল হৈ থাকে।