২৫ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 নং শাৰী:
== ঘটনাৱলী ==
* ১৩৯৬ - [[ডানয়ুব নদী]]ৰ পাৰত [[নিক'প'লিছ যুদ্ধ]] (Battle of Nicopolis) সংঘটিত হয়।
* ১৪৯৩ - [[ক্ৰিষ্টোফাৰ কলম্বাছ|ক্ৰিষ্টোফাৰ কলম্বাছে]] দ্বিতীয় সমূদ্ৰ যাত্ৰা আৰম্ভ কৰে। <ref>{{cite book|last=Bergreen|first=Lawrence|url=https://books.google.com/books?id=3Dyhtkk4VQcC|title=Columbus: The Four Voyages, 1493–1504|publisher=Penguin Group US|year=2011|isbn=978-1101544327|author-link=Laurence Bergreen}}</ref>
* ১৫২৪ - পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী [[ভাস্কো দা গামা]] তৃতীয় তথা অন্তিম বাৰৰ বাবে ভাৰতত উপস্থিত হয়।
* ১৯৬৯ - ইছলামী সহযোগিতা সংস্থা (Organisation of Islamic Cooperation) প্ৰতিষ্ঠা হয়।