ধেমাজি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
69 নং শাৰী:
খ্ৰীষ্টীয় ১৯৮৯ চনৰ ১৪ আগষ্টত ধেমাজি জিলাৰ গঠন অসম চৰকাৰে ঘোষণা কৰে।<ref name='Statoids'>{{cite web | url = http://www.statoids.com/yin.html | title = Districts of India | accessdate = 2011-10-11 | last = Law | first = Gwillim | date = 2011-09-25 | work = Statoids}}</ref> তদানীন্তন লখিমপুৰ জিলাৰ ধেমাজি মহকুমাৰ পৰা [[ঢকুৱাখনা]]ৰ অংশ বাদ দি বাকী অংশ, মাছখোৱা মৌজাৰ একাংশ আৰু বৰদলনি মৌজা আৰু [[জোনাই]] মহকুমাৰে ধেমাজি জিলা গঠন হয়। জিলা সদৰক লৈ চিলাপথাৰ নগৰ আৰু ধেমাজি নগৰৰ মাজত হোৱা টনাটনিৰ অৱসান ঘটাই ১ অক্টোবৰ ১৯৮৯ তাৰিখৰপৰা ধেমাজি নগৰক সদৰ হিচাপে ধেমাজি জিলাৰ প্ৰতিষ্ঠা হয়।<ref name="geography">{{cite web | url=http://dhemaji.gov.in/geography.htm | title=Geography of Dhemaji District | publisher=District Administration, Dhemaji, Assam, India | work=NIC, Dhemaji District Unit. | accessdate=16 আগষ্ট 2013}}</ref>
==ভূগোল==
ধেমাজি চহৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা ৯১ মিটাৰ। ই [[ব্ৰহ্মপুত্ৰ নদী]]ৰ উত্তৰ পাৰত অৱস্থিত। ইয়াৰ পূৱফালে [[অৰুণাচল প্ৰদেশ]] আৰু পশ্চিমে [[লখিমপুৰ জিলা]] অৱস্থিত। ধেমাজিৰ উত্তৰে পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ। জীয়াঢল, গাইনদী, কুমটীয়া, জলকীয়াসুুঁতি, দিকাৰী, ডিমৌ, চিমেন, লালী, দেপী, লাইপুলীয়া,চিলে আৰু [[সোৱণশিৰি নদী]] ধেমাজিৰ মাজেৰে বৈ গৈছে।
 
==জন-বসতি==
"https://as.wikipedia.org/wiki/ধেমাজি"ৰ পৰা অনা হৈছে