কেৰেলা (ৰাজ্য): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা কেৰালাৰ পৰা কেৰেলা (ৰাজ্য)লৈ Msasagয়ে স্থানান্তৰ কৰিলে: অসমীয়াত কেৰেলা বুলি কোৱা হয়।
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{about|ভাৰতৰ দক্ষিণাত্যৰ ৰাজ্যখন|3=কেৰেলা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)}}
{{Infobox settlement
| name = কেৰালাকেৰেলা
| image_blank_emblem = Government of Kerala Logo.svg
| blank_emblem_size = 100px
19 নং শাৰী:
}}
| image_map = IN-KL.svg
| map_caption = ভাৰতৰ মানচিত্ৰত কেৰালাৰকেৰেলাৰ অৱস্থান
| map_caption1 = Map of Kerala
| coordinates = {{coord|8.5|77|region:IN-KL|display=inline,title}}
29 নং শাৰী:
| established_date = {{start date and age|df=yes|1956|11|1}}
| seat_type = ৰাজধানী
| seat = তিৰুৱনন্তপুৰম
| seat = থিৰুৱনন্তপুৰম
| parts_type = জিলা
| parts_style = para
| p1 = ১৪টা
| governing_body = কেৰালাকেৰেলা চৰকাৰ
| leader_title = ৰাজ্যপাল
| leader_name = আৰিফ মোহম্মদ খান
46 নং শাৰী:
}}
| leader_title4 = হাইকোৰ্ট
| leader_name4 = কেৰালাকেৰেলা হাইকোৰ্ট
| unit_pref = Metric<!-- or US or UK -->
| area_total_km2 = ৩৮৮৬৩
87 নং শাৰী:
| website = {{URL|http://kerala.gov.in/}}
}}
'''কেৰালাকেৰেলা''' ({{Lang-en|Kerala}}, {{Lang-ml|കേരളം}}) ভাৰতৰ দক্ষিণ-পশ্চিমাঞ্চলৰ মালবাৰ উপকূলত অৱস্থিত এখন ৰাজ্য। পূৰ্বৰ ট্ৰাভঙ্কৰ-কোচিনক’চিন ৰাজ্য আৰু মাদ্ৰাজ ৰাজ্যৰ [[মালয়ালম ভাষা|মালয়ালমভাষী]] অঞ্চলসমূহক একত্ৰিত কৰি ৰাজ্য পুনৰ্গঠন আইনৰ অনুসৰি ১৯৫৬ চনৰ ১ নৱেম্বৰত কেৰালাকেৰেলা ৰাজ্যৰ গঠন কৰা হয়। ৩৮,৮৬৩ বৰ্গকিলোমিটাৰ (১৫,০০৫ বৰ্গমাইল) মাটিকালিৰে কেৰালাকেৰেলা ভাৰতৰ ২৩তম বৃহত্তম ৰাজ্য। ইয়াৰ উত্তৰ আৰু উত্তৰ-পূবে [[কৰ্ণাটক]], পূবে আৰু দক্ষিণে [[তামিলনাডু]] আৰু পশ্চিমে লাক্ষাদ্বীপ সাগৰ<ref>{{cite web |url=http://www.iho.int/iho_pubs/standard/S-23/S-23_Ed3_1953_EN.pdf |title=Limits of Oceans and Seas, 3rd edition |year=1953 |publisher=International Hydrographic Organization |accessdate=7 February 2010 |archive-url=https://web.archive.org/web/20181005131902/http://www.iho.int/iho_pubs/standard/S-23/S-23_Ed3_1953_EN.pdf |archive-date=5 October 2018 |url-status=dead }}</ref> অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসাৰি ৩,৩৩,৮৭,৬৭৭জন বাসিন্দাৰে কেৰালাকেৰেলা জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ১৩তম বৃহত্তম ৰাজ্য। কেৰালাকেৰেলা ৰাজ্যখনক ১৪খন জিলাত বিভক্ত কৰা হৈছে আৰু ইয়াৰ ৰাজধানী হৈছে [[থিৰুৱনন্তপুৰমতিৰুৱনন্তপুৰম]]। [[মালয়ালম ভাষা]] হৈছে ৰাজ্যখনৰ মূল কথিত ভাষা তথা চৰকাৰী ভাষাও।<ref>{{cite web |url=https://archive.india.gov.in/knowindia/state_uts.php?id=73 |title=Kerala – Principal Language |accessdate=27 November 2018 |work=Government of India}}</ref> [[কোচিনক’চিন]] এখন গুৰুত্বপূৰ্ণ বন্দৰ তথা তৈলশোধনাগাৰ।তেলশোধনাগাৰ। [[কালিকট]] আন এখন বন্দৰ চহৰ।
 
== কৃষি ==