ধেমাজি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
75 নং শাৰী:
== যাতায়াত ==
১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ধেমাজিৰ মাজেৰে পাৰ হৈ [[বগীবিল দলং|বগীবিল দলঙেৰে]] [[ডিব্ৰুগড়]]ৰ [[লাহোৱাল]]লৈ গৈছে। ধেমাজি চহৰত ৰঙিয়া ৰে'ল সংমণ্ডলৰ অধীনৰ [[ধেমাজি ৰে'ল ষ্টেচন]] অৱস্থিত। ইয়াৰ দ্বাৰা ধেমাজি [[গুৱাহাটী]],
[[ডিব্ৰুগড়]] আৰু মুৰকংচেলেকৰমুৰ্কংচেলেকৰ লগত ৰে'লেৰে সংযোজিত। ধেমাজিৰ আটাইতকৈ ওচৰৰ বিমানবন্দৰ হল [[উত্তৰ লখিমপুৰ]]ৰ [[লীলাবাৰী বিমানবন্দৰ]]।
 
==তথ্য উৎস==
"https://as.wikipedia.org/wiki/ধেমাজি"ৰ পৰা অনা হৈছে