নীলপৱন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

38 নং শাৰী:
১৯৬৬ চনত কলিকতাৰপৰা নীলপৱন বৰুৱা অসমলৈ আহে আৰু দেউতাকৰ ইচ্ছানুসৰি 'গুৱাহাটী আৰ্ট কলেজ'ত শিক্ষকৰ কামত যোগ দিয়ে।<ref name=bip />
 
১৯৬৯ চনত মৰনৈৰ শ্ৰীসূৰ্য পাহাৰত পুৰাতত্ত্ব বিভাগৰ সহযোগত শিল্পৰ কামৰ সৈতে জড়িত<ref name="অসমীয়া প্ৰতিদিন"/> হৈ পৰা বৰুৱাই অসম চৰকাৰক সোণাপুৰ অঞ্চলৰ এটি টিলাত ছবিৰ আৰ্কাইভ খুলিবৰ বাবে এটুকুৰা মাটি বিচাৰিছিল যদিও তেওঁৰ ইচ্ছাই বাস্তৱ ৰূপ নাপালে। ‘বৃন্দাবনী প্ৰাচীৰ’ নাম দি ১৮০ ফুট দীঘল এখন দেৱাল-চিত্ৰ বা ম্যুৰেল আঁকিবৰ বাবেও তেওঁ পৃষ্ঠপোষক বিচাৰিছিল। <ref name="নীলপৱন বৰুৱা">{{cite book | title=কথা বৰণ্য ১০০ (সম্পাদক: শোণিত বিজয় দাস, মুনীন বায়ন) | publisher=কথা | author=মনোজ বৰপূজাৰী | authorlink=নীলপৱন বৰুৱা | year=২০০৬ | location=[[গুৱাহাটী]] | pages=২০৮-২০৯ | isbn=81-89148-14-1}}</ref>
১৯৭১ চনত [[অসম চাৰু-কাৰু কলা পৰিষদ]]প্ৰতিষ্ঠা কৰে, লগতে 'বসুন্ধৰা কলা নিকেতন' নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।
 
১৯৭১ চনত [[অসম চাৰু-কাৰু কলা পৰিষদ]]প্ৰতিষ্ঠা কৰে, লগতে 'বসুন্ধৰা‘বসুন্ধৰা কলা নিকেতন'নিকেতন’ নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।
 
নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ 'বিৰলা একাডমি অফ্‌ আৰ্ট এণ্ড কালচাৰ, কলিকতা', 'লক্ষ্ণৌ ললিত কলা একাডেমি', ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকতি ছবিয়ে 'ললিত কলা একাডেমি, দিল্লী'-ত অসমক প্ৰতিনিধিত্ব কৰিছে।
 
১৯৮২ চনত বৰুৱাই লোককলা নাম দি এটি লোকশিল্প চৰ্চাৰ কেন্দ্ৰ খুলিছিল<ref name="নীলপৱন বৰুৱা"/> আৰু এই কেন্দ্ৰৰ অধীনত অসমৰ লোক-কলা আৰু বৈষ্ণৱ [[অসমৰ মুখা শিল্প|মুখা শিল্প]]ৰ ওপৰত তিনিমহীয়া কাৰ্যশালাকৰ্মশালা অনুষ্ঠিত কৰে।কৰিছিল। মুখা শিল্পৰ কাৰ্যশালাতকৰ্মশালাত মাজুলীৰ মুখা-শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। বৰুৱাই [[বৃন্দাৱনী বস্ত্ৰ]]ৰ বয়ন শিল্পক পুনৰ-জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল আৰু বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিত ডিজাইন তৈয়াৰ কৰিছিল। কাগজৰ মণ্ডৰে তৈয়াৰ কৰা ব’ৰ্ডত তেওঁ ৰং সানি ওখ-চাপৰকৈ সজাই তেওঁ চিত্ৰ-ভাস্কৰ্যৰ সমন্বয়ৰে এক নতুন সৃষ্টি প্ৰক্ৰিয়াৰ আৰম্ভণি ঘটাইছিল। তেওঁ সেই সময়তে গ্ৰাফিক কৌশলেৰে প্ৰিণ্টিং কৰিছিল আৰু গ্ৰাফিক, পেইণ্টিং, স্কাল্পশ্যাৰ, নীলপৱন এই চাৰি শব্দৰ সমষ্টিৰে এই পদ্ধতিটোৰ নাম ‘গ্ৰাপাস্কাপন’ ৰাখিছিল।<ref name="নীলপৱন বৰুৱা"/> এই শৈলীত তেওঁ ব্যুৎপত্তি লভিছিল। কাগজৰ মণ্ডৰে তেওঁ ‘খোলবাদক’, হাতীৰ কম্পোজিচন, নাৰীৰ মুখাৱয়ব আদি সৃষ্টি কৰিছিল।<ref name="নীলপৱন বৰুৱা"> ২০০০ চনত দুহেজাৰ চিত্ৰ আৰু দুহেজাৰ ড্ৰয়িং অংকনৰ কাম তেওঁ সমাপ্ত কৰিছিল। <ref name="অসমীয়া প্ৰতিদিন"/>
 
; চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত অংকিত চিত্ৰ