নীলপৱন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শুধৰণি
22 নং শাৰী:
| notable_works =
}}
'''নীলপৱন বৰুৱা''' ({{lang-en|Neel Pawan Baruah}}) (১ জুন, ১৯৩৬ - ২৮ অক্টোবৰ, ২০২২ ) [[অসম|অসমৰ]] এগৰাকী খ্যাতনামা চিত্ৰশিল্পী। ২০২১ চনত তেওঁক [[অসম চৰকাৰ|অসম চৰকাৰে]] 'অসম‘অসম সৌৰভ'সৌৰভ’ বঁটা প্ৰদান কৰে।<ref>{{cite news |title=Himanta Biswa Announces Names of 19 Awardees in 3 Categories, Assam Baibhav, Saurav & Gaurav Award|url=https://www.sentinelassam.com/amp/north-east-india-news/assam-news/himanta-biswa-announces-names-of-19-awardees-in-3-categories-assam-baibhav-saurav-gaurav-award-566187
|access-date=18 December 2021 |work=The Sentinel |date=12 December 2021}}</ref> বৰুৱাৰ কেইখনমান উল্লেখযোগ্য চিত্ৰকৰ্ম হ’ল— গ্ৰীণ‘গ্ৰীণ বাৰ্ডবাৰ্ড’, কালীয়‘কালীয় দমনদমন’, শংখচক্ৰ‘শংখচক্ৰ গদাপদ্মগদাপদ্ম’, শায়িত‘শায়িত মানুহমানুহ’, বৰঢোল‘বৰঢোল’, ভিয়েটনামৰ‘ভিয়েটনামৰ জয়জয়’, চিঞৰ‘চিঞৰ’, তিনিজন‘তিনিজন মাতব্বৰমাতব্বৰ’, পটচিত্ৰ‘পটচিত্ৰ’ আৰু দেৱীৰ‘দেৱীৰ তিনিখন মুখ।মুখ’। <ref name="অসমীয়া প্ৰতিদিন"/> ১৯৭০ আৰু ১৯৭১ চনত [[গুৱাহাটী| গুৱাহাটীত]], ১৯৭২ আৰু ১৯৭৮ চনত লক্ষ্ণৌত, ১৯৬৫, ১৯৮৬ আৰু ২০১৫ চনত [[কলকাতা|কলকাতাৰ]] বিৰলা একাডেমী আৰু ভুবনেশ্বৰত বৰুৱাৰ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল।
 
==জন্ম==
নীলপৱন বৰুৱাৰ জন্ম ১৯৩৬ চনৰ পহিলা জুনত [[যোৰহাট]] জিলাৰ [[টীয়ক|টীয়কৰ]] ওচৰৰ<ref name=bip /> তামুলীছিঙা গাঁৱত। পিতৃ ''ধ্বনি কবি'' ৰূপে খ্যাত [[বিনন্দ চন্দ্ৰ বৰুৱা]] আৰু মাতৃ লাৱণ্যপ্ৰভা বৰুৱা।<ref name=art />
 
==শিক্ষা==
টীয়ক ৫৪ নং দুলীয়া গাঁও প্ৰাথমিক শিক্ষাবিদ্যালয়ত আৰম্ভশিক্ষাৰম্ভ কৰা নীলপৱন বৰুৱাই টীয়ক হাইস্কুল, যোৰহাট পলিটেকনিক স্কুল, মৰিয়নী হাইস্কুল আৰু গুৱাহাটীৰ কামৰূপ একাডেমী আদি বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। <ref name="অসমীয়া প্ৰতিদিন">{{cite news | title=কেনভাছ উকা কৰি গ’লগৈ নীলপৱন | date=২৯ অক্টোবৰ, ২০২২ | agency=অসমীয়া প্ৰতিদিন | accessdate=২৯ অক্টোবৰ, ২০২২ | location=[[গুৱাহাটী]] | pages=১, ১০}}</ref>
 
হাইস্কুল শিক্ষান্ত পৰীক্ষা কেবাবাৰো দিয়াৰ পাছত কৃতকাৰ্য হৈ খেতি-খোলা আৰু সামাজিক কামত মনোনিবেশমনোনিৱেশ কৰিম বুলি তেওঁ কলেজীয়া শিক্ষা লোৱা নাছিল। কিন্তু প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ তেখেতে [[শান্তিনিকেতন|শান্তিনিকেতনত]] শিক্ষা লোৱাৰ মানস কৰে আৰুমানসেৰে [[কলিকতা|কলিকতালৈ]] আহে। প্ৰথমে তেখেতৰ ইচ্ছা আছিলতেওঁ কৃষি বিষয়ত শিক্ষা লোৱাৰ ইচ্ছা কৰিছিল, কিন্তু শান্তিনিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণী সমূহ দেখি চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষা গ্ৰহণশিক্ষাৰম্ভ কৰে।<ref name=bip>[http://www.oocities.org/bipuljyoti/art/neel.html মণীষ গোস্বামীয়ে লোৱা নীলপৱন বৰুৱাৰ সাক্ষাৎকাৰ, আহৰণ কৰা তাৰিখ ৩০-০১-২০১২]</ref>
 
১৯৬১ চনত শান্তিনিকেতনত যোগদান কৰা নীলপৱন বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল। শান্তি নিকেতনৰ চিত্ৰ কলাৰ শিক্ষা সাং কৰি তেখেতেতেওঁ [[শ্ৰী নিকেতন]]ৰপৰা glazed pottery বিষয়ত শিক্ষা লয়।<ref name=bip /> পাছলৈ বৰুৱাই [[নতুন দিল্লী]]ৰ 'গাৰ্হি ষ্টুডিঅ'তো চিত্ৰাকংণৰ শিক্ষা লৈছিল।<ref name=art />
 
==কৰ্ম জীৱন==
১৯৬৬ চনত কলিকতাৰপৰা নীলপৱন বৰুৱা অসমলৈ আহে আৰু দেউতাকৰ ইচ্ছানুসৰি 'গুৱাহাটী আৰ্ট কলেজ'ত শিক্ষকৰ কামত যোগ দিয়ে।<ref name=bip />
 
১৯৬৯ চনত মৰনৈৰ শ্ৰীসূৰ্য পাহাৰত পুৰাতত্ত্ব বিভাগৰ সহযোগত শিল্পৰ কামৰ সৈতে জড়িত<ref name="অসমীয়া প্ৰতিদিন"/> হৈ পৰা নীলপৱন বৰুৱাই অসম চৰকাৰক সোণাপুৰ অঞ্চলৰ এটি টিলাত ছবিৰ আৰ্কাইভ খুলিবৰ বাবে এটুকুৰা মাটি বিচাৰিছিল যদিও তেওঁৰ ইচ্ছাই বাস্তৱ ৰূপ নাপালে। ‘বৃন্দাবনী প্ৰাচীৰ’ নাম দি ১৮০ ফুট দীঘল এখন দেৱাল-চিত্ৰ বা ম্যুৰেল আঁকিবৰ বাবেও তেওঁ পৃষ্ঠপোষক বিচাৰিছিল। <ref name="নীলপৱন বৰুৱা">{{cite book | title=কথা বৰণ্য ১০০ (সম্পাদক: শোণিত বিজয় দাস, মুনীন বায়ন) | publisher=কথা | author=মনোজ বৰপূজাৰী | authorlink=নীলপৱন বৰুৱা | year=২০০৬ | location=[[গুৱাহাটী]] | pages=২০৮-২০৯ | isbn=81-89148-14-1}}</ref>
 
১৯৭১ চনত বৰুৱাই [[অসম চাৰু-কাৰু কলা পৰিষদ]] প্ৰতিষ্ঠা কৰে, লগতে ‘বসুন্ধৰা কলা নিকেতন’ নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।
 
নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ ‘বিৰলা একাডমি অফ্‌ আৰ্ট এণ্ড কালচাৰ, কলিকতা’, ‘লক্ষ্ণৌ ললিত কলা একাডেমি’, ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকতি ছবিয়ে ‘ললিত কলা একাডেমি, দিল্লী’ত অসমক প্ৰতিনিধিত্ব কৰিছিল।
47 নং শাৰী:
 
; চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত অংকিত চিত্ৰ
নীলপৱন বৰুৱাই ‘চাৰমিনাৰ’ চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিছে। নীলপৱন বৰুৱাইতেওঁ উল্লেখ কৰা অনুসৰি ষাঠী আৰু সত্তৰৰ দশকতে তেখেতেতেওঁ চিগাৰেটৰ বাকচত ছবি অঁকা আৰম্ভ কৰিছিল আৰু, সেইযি সময়ত তেখেতেধূমপান প্ৰচূৰকৰা ধূমপানতেওঁৰ অভ্যাসত পৰিণত কৰিছিল।হৈছিল।<ref>http://articles.timesofindia.indiatimes.com/2012-01-06/guwahati/30597485_1_paintings-cigarette-packs-art-collectors</ref>
 
==ব্যক্তিগত জীৱন==
53 নং শাৰী:
 
==সামাজিক জীৱন==
জীৱনকালত বৰুৱা জীৱনকালত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল। ১৯৪৫ চনত তেওঁ টীয়কত প্ৰতিষ্ঠিত জয়হিন্দ ছাত্ৰ সংসদৰ মাধ্যমেৰে সমাজ সেৱাত ব্ৰতী হৈ সক্ৰিয় ৰাজহুৱা জীৱনৰ পাতনি মেলিছিল। ১৯৯১ চনত তেওঁ [[অসম সাহিত্য সভা|অসম সাহিত্য সভাৰ]] দুধনৈ অধিৱেশনৰ গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ উদ্ধোধন কৰিছিল। তেওঁনীলপৱন বৰুৱা সদৌ অসম ছাত্ৰ সন্থাৰ শিল্পী-সাহিত্যিক সাহায্য ন্যাসৰ সভাপতি আছিল আৰু নতুন দিল্লীৰ ললিত কলা একাডেমীৰ অসমৰ প্ৰতিনিধি আছিল। ললিত কলা একাডেমীৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সৰ্ব ভাৰতীয় শিল্পী শিবিৰ নীলপৱন বৰুৱাই পৰিচালনা কৰিছিল। <ref name="অসমীয়া প্ৰতিদিন"/>
 
==গ্ৰন্থপঞ্জী==
66 নং শাৰী:
২০১৮ ত নীলপৱন বৰুৱা আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মাজত হোৱা চুক্তি অনুসৰি তেজপুৰ বিশ্ববিদ্যালয়ে আগ্ৰহী কলাৰসিকৰ বাবে ২০২২ চনৰ ৯ এপ্ৰিল তাৰিখে বিশ্ববিদ্যালয় প্ৰাংগণত ‘মডাৰ্ণ আৰ্ট অৱ নীলপৱন’ এটি সংগ্ৰহালয় উন্মোচন কৰে। <ref name="অসমীয়া প্ৰতিদিন"/> এই সংগ্ৰহালয়ত নীলপৱন বৰুৱাৰ প্ৰায় ৫৬খন বিভিন্ন মাধ্যমত অঁকা পেইন্টিং প্ৰদৰ্শনৰ বাবে ৰাখিছে। বৰুৱাই চাৰমিনাৰ বাকচত অঁকা অসংখ্য পেকেটেৰে হাতীৰ আকৃতিৰ এক অপূৰ্ব শিল্পকৰ্ম ইয়াত প্ৰদৰ্শিত হৈছে। বিশ্ববিদ্যালয়ৰ ''ডিপাৰ্টমেন্ট অৱ কালচাৰেল ষ্টাডিজ''ৰ অন্তৰ্গত এই কেন্দ্ৰটোৰ বাহিৰৰ বেৰত শিল্পীগৰাকীৰ কেইবাখনো পেইন্টিং ফ্লেক্সপ্ৰিন্টিং মাধ্যমত ছপা কৰি আঁৰি ৰখা হৈছে। কেন্দ্ৰটোৰ ভিতৰভাগত প্ৰদৰ্শিত হৈছে শিল্পীগৰাকীৰ বিষয়ে কলাসমালোচক [[মৌচুমী কন্দলী|মৌচুমী কন্দলীয়ে]] লিখা এটা প্ৰয়োজনীয় লেখা— “এ ৰোমাণ্টিক ইন ছাৰ্চ অৱ এ ছিগনিফিকেণ্ট ফৰ্ম”, লগতে শিল্পীগৰাকীৰ জীৱন আৰু কৃতি সম্পৰ্কে কেতবোৰ তথ্য।
 
২০১৬ চনত সাদিন-প্ৰতিদিন গোষ্ঠীৰ ‘এচিভাৰ এৱাৰ্ডছ’ প্ৰদান অনুষ্ঠানত নীলপৱন বৰুৱালৈ ‘এক্সিলেণ্ট ইন আৰ্ট’ সন্মান আগনঢ়োৱা হৈছিল। ২০২১ চনত অসম চৰকাৰে তেওঁক 'অসম‘অসম সৌৰভ বঁটা'বঁটা’ প্ৰদান কৰিছিল।কৰে।
 
==অন্যান্য বঁটা আৰু সন্মান==
{| class="wikitable" style="width:70%;"
|+