নীলপৱন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
33 নং শাৰী:
হাইস্কুল শিক্ষান্ত পৰীক্ষা কেবাবাৰো দিয়াৰ পাছত কৃতকাৰ্য হৈ খেতি-খোলা আৰু সামাজিক কামত মনোনিৱেশ কৰিম বুলি তেওঁ কলেজীয়া শিক্ষা লোৱা নাছিল। কিন্তু প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ [[শান্তিনিকেতন|শান্তিনিকেতনত]] শিক্ষা লোৱাৰ মানসেৰে [[কলিকতা|কলিকতালৈ]] আহে। প্ৰথমে তেওঁ কৃষি বিষয়ত শিক্ষা লোৱাৰ ইচ্ছা কৰিছিল, কিন্তু শান্তিনিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণী সমূহ দেখি চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষাৰম্ভ কৰে।<ref name=bip>[http://www.oocities.org/bipuljyoti/art/neel.html মণীষ গোস্বামীয়ে লোৱা নীলপৱন বৰুৱাৰ সাক্ষাৎকাৰ, আহৰণ কৰা তাৰিখ ৩০-০১-২০১২]</ref>
 
১৯৬১ চনত শান্তিনিকেতনত যোগদান কৰা বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল। শান্তি নিকেতনৰ চিত্ৰ কলাৰ শিক্ষা সাং কৰি তেওঁ [[শ্ৰী নিকেতন]]ৰপৰা glazed pottery বিষয়ত শিক্ষা লয়।<ref name=bip /> পাছলৈ বৰুৱাই [[নতুন দিল্লী]]ৰ 'গাৰ্হি ষ্টুডিঅ'তো চিত্ৰাকংণৰ শিক্ষা লৈছিল। জানমণি <ref name=art />
 
==কৰ্ম জীৱন==