মৰুভূমি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
2 নং শাৰী:
[[File:Thar desert Rajasthan India.jpg|thumb|[[থৰ মৰুভূমি]], [[ৰাজস্থান]], [[ভাৰত]]]]
'''মৰুভূমি''' ({{Lang-en|Desert}}) হ’ল এক অতি শুকান বিস্তৃত অঞ্চল বা ভূ-মণ্ডল। ইয়াত বৰষুণৰ পৰিমাণ অতি কম। ইয়াত নামমাত্ৰ হে গছ-গছনিৰে ভৰা ঠাই আছে আৰু যিখিনি আছে অতি সোনকালে শুকাই যায়, যদিহে বাহিৰৰ পৰা পানী যোগান ধৰা নহয় মৰুভূমিৰ অৰ্থ আমি এনেকেও বুজিব পাৰো, যি অঞ্চলত বহু অংশ পানী বাষ্পীভূত হৈ হেৰাই যায়, আৰু গেদীয়কৰনৰ ফলত বৰষুণ হিচাপে নামি আহে। মৰুভূমিৰ গছবোৰৰ মৰু অঞ্চলৰ অতি কম পানী থকা পৰিবেশৰ লগত খাপ খুৱাই চলিবলে কিছুমান বিশেষ গুণৰ প্ৰয়োজন। মৰুভূমিত সাধাৰণতে বছৰি ২৫০ মিলিলিটাৰতকৈও (ইঞ্চি) কম বৰষুণ হয।
 
 
 
"https://as.wikipedia.org/wiki/মৰুভূমি"ৰ পৰা অনা হৈছে