২০ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
3 নং শাৰী:
 
==ঘটনাৰাজী==
(১) [[বিশ্ব শিশু দিৱস]]। ১৯৫৯ চনৰ ২০ নৱেম্বৰত ৰাষ্ট্ৰসংঘই শিশুৰ অধিকাৰৰ ঘোষণা পত্ৰ গ্ৰহণ কৰে শিশুৰ অধিকাৰ ঘোষণাক স্মৰণ কৰি প্ৰতিবছৰে ২০ নৱেম্বৰ তাৰিখত '''বিশ্ব শিশু দিৱস''' পালন কৰি অহা হৈছে ৷
# ১৭৫০ চনৰ আজিৰ দিনটোতে মহীশূৰৰ চুলতান [[টিপু চুলতান]]ৰ জন্ম হৈছিল।
 
#(২) ১৭৫০ চনৰ আজিৰ দিনটোতে মহীশূৰৰ চুলতান [[টিপু চুলতান]]ৰ জন্ম হৈছিল।
 
# ভাৰতীয় মহাকাশচাৰী [[কল্পনা চাওলা]]ই মহাকাশলৈ যাত্ৰা কৰে ১৯৯৭ চনৰ আজিৰ দিনটোতে। মহাকাশলৈ যোৱা তেৱেঁই প্ৰথম ভাৰতীয় মহিলা।
 
# [[ৰোনাল্ড ৰিগান]] আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় ১৯৮০ চনৰ আজিৰ দিনটোতে।
 
# প্ৰখ্যাত ৰুছ কথা সাহিত্যিক [[লিঅ’ টলষ্টয়]]ৰ মৃত্যু হয় ১৯১০ চনৰ আজিৰ দিনটোতে।
 
# ১৯২৩ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ লেখিকা [[নাদিন গাৰ্ডিমাৰ]]ৰ জন্ম হয়।
 
# ভয়েজাৰ-১। বহিঃসৌৰজগত অধ্যয়ন কৰিবলৈ ১৯৭৭ চনত নাছাই উৎক্ষেপণ কৰা এই যানখনে ১৯৭৯ চনত বৃহস্পতি গ্ৰহ-প্ৰণালী আৰু ১৯৮০ চনত শনি গ্ৰহ-প্ৰণালীৰ অনুসন্ধান কৰাৰ পিছত ১৯৮০ চনৰ আজিৰ দিনটোতে ইয়াৰ অভিযান সমাপ্ত হয়।
 
# ১৯৮৫ – '''মাইক্ৰছফ্ট উইণ্ডোচ ১.০''', মাইক্ৰছফ্টৰ দ্বাৰা তৈয়াৰ কৰা প্ৰথম গ্ৰাফিকেল ব্যক্তিগত কম্পিউটাৰ অপাৰেটিং চিষ্টেম, মুকলি কৰা হয়।
 
# ১৯৯৮ – '''[[আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ]]'''ৰ বাবে প্ৰথম মহাকাশ কেন্দ্ৰ মাপদণ্ড সংগ্ৰাহক উপাদান-জাৰিয়া, কাজাখস্তানৰ বাইকোনুৰ কছমড্ৰোমৰ পৰা উৎক্ষেপণ কৰা হয়।
 
== বাহ্যিক সংযোগ ==